জোনবিৰি - Jonbiri

জোনবিৰি - Jonbiri Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from জোনবিৰি - Jonbiri, Tinsukia, pengaree/9954703713, Baitha Langso.

কৃষ্টি-সংস্কৃতি জীয়াই ৰখাটো জোনবিৰি পেজৰ মূল উদ্দেশ্য আৰু লক্ষ্য । আমাৰ এই পেজটি সকলোৱে মৰম আৰু আৰ্শীবাদ দিয়ে যেন। গীত,নৃত্য,অভিনয় তথা আপোনাৰ যিকোনো প্ৰতিভা প্ৰকাশ কৰিব বিচাৰিলে যোগাযোগ কৰিব পাৰে - 9954703713

15/06/2026

কণ্ঠশিল্পী কল্পনা মৰাণ'ৰ কণ্ঠত আহি আছে এটি সুন্দৰ আদিবাসী গীত “আচামে নম্বৰ ৱান”।

#জোনবিৰি

13/06/2026

কৰিশ্মা মৰাণৰ সংগীতানুষ্ঠান।

05/06/2026

প্ৰেয়সী গোহাঁইৰ সংগীতানুষ্ঠান।
মাকুম,জেঙনী গাওঁ (হেবেদা)
#জোনবিৰি-Jonbiri

29/05/2026

তিনি বৰণীয়া এখন কাপোৰ...

27/05/2026

দুটি উঠে এবাৰ কোৱা না সঁচাকৈ....
মৰম আছে কিমান তোমাৰ বাৰু মোলৈ....
কণ্ঠশিল্পী মনালিছা মৰাণৰ সংগীতানুষ্ঠান।
#জোনবিৰি

18/05/2026

জেঙনী গাওঁ নৱোদয় যুৱ সংঘৰ সৌজন্যত ও সমূহ ৰাইজৰ সহযোগত আয়োজন কৰা নৱম বাৰ্ষিক ব'হাগী বিদায় সন্মিলনত উদীয়মান কণ্ঠশিল্পী প্ৰেয়সী গোহাঁইৰ সংগীতানুষ্ঠান।
স্থান :- হেবেদা - জেঙনী ৰঙ্গমঞ্চ,জেঙনী গাওঁ,মাকুম।
১৭ মে' ২০২৬ ।

13/05/2026

দিলীপ মৰাণ আৰু এনিশা শইকীয়াৰ কণ্ঠত এটি সুন্দৰ বিহু গীত।
#জোনবিৰি

05/05/2026

বিহু মঞ্চত এটি সুন্দৰ মৰাণ বিহু গীত পৰিৱেশন মনালিছা মৰাণৰ।
#জোনবিৰি

30/04/2026

মনালিছা মৰাণৰ কণ্ঠত "কাজিৰঙা বৰ ধুনীয়া" জনপ্ৰিয় বিহু গীতটি এবাৰ শুনিব চোন।
#জোনবিৰি

28/04/2026

উদীয়মান কণ্ঠশিল্পী কস্তুৰী গগৈৰ কণ্ঠত এটি সুন্দৰ বিহু গীত।
জাগুন।
#জোনবিৰি

Address

Tinsukia, Pengaree/9954703713
Baitha Langso
786174

Website

Alerts

Be the first to know and let us send you an email when জোনবিৰি - Jonbiri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share