Bajet Ali kpt

Bajet Ali kpt শাৰীৰিক ব্যায়ামে জীৱনৰ সুস্থিৰতা বৃদ্ধি কৰে.....

19/10/2025

"নিজৰ বুলিবলৈ আছে কি?
নিজৰ ছাঁটো চাবলৈও পোহৰৰ অপেক্ষা কৰিব লাগে।"
Good morning

15/10/2025

"হাতত নথকা বস্তুবোৰ...
মনৰ পৰাও মুক্ত কৰি দিব লাগে।"
Good morning

14/10/2025

"প্ৰকৃত সুখ তখনই আসে
যখন তোমার কিছু কাজ
অন্যর উপকারে আসে।"
(শুভসকাল)💐

13/10/2025

"জীৱনক দুই প্ৰকাৰে অৰ্থৱহ কৰিব পাৰি
এটা হ'ল আপুনি যি ভাল পায় তাকে কৰক আৰু আনটো হ'ল আপুনি যি কৰিছে ভাল পাবলৈ শিকক।"

12/10/2025

ভাগি পৰা জীৱনটোক নতুন উদ্যমৰে এবাৰ যদি জীয়াব শিকি যাব পৰা তেন্তে তুমি চিৰপ্রৱাহিত হৈ ৰবা চিৰদিনৰ বাবে।
Good morning

11/10/2025

"প্ৰত্যাশা যত কম জীৱন ততই সুন্দর।"
Good morning

10/10/2025

"যদি খুব ভালো কিছু করতে না পারো,
তবে ছোট ছোট কাজ খুব ভালো করে করো।"
(শুভসকাল)

09/10/2025

"জীবনের আসল শিক্ষা হলো, কোথায় থামতে হবে, সেটা জানা, আর কোথা থেকে নিজেকে সরিয়ে নিতে হবে, সেটা বোঝা।"
(Good morning)

08/10/2025

ধাৰাসাৰ বৰষুণ.....

08/10/2025

"যত্নে রাখো নিজেকে ,
সময় দাও নিজেকে,
. কারণ.......
তোমার প্ৰথম প্ৰয়োজন তুমি নিজেই।"
(শুভসকাল)💐

"ভোকত থকাজনৰ খাবলৈ খাদ্য নাই,আৰু যাৰ খাবলৈ খাদ্য আছে,তেওঁৰ ভোক নাই।"Good morning
07/10/2025

"ভোকত থকাজনৰ খাবলৈ খাদ্য নাই,
আৰু যাৰ খাবলৈ খাদ্য আছে,
তেওঁৰ ভোক নাই।"

Good morning

06/10/2025

“যাৰ চকুত টোপনি আছে...
তাৰ তাত ভাল বিচনা নাই!”

Address

Darrang
784115

Alerts

Be the first to know and let us send you an email when Bajet Ali kpt posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category