Ranjan Assam

Ranjan Assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ranjan Assam, Grocers, Basistha, .

25/12/2025

কাতি বিহুৰ বন্ধ উঠাই চট পূজাৰ বন্ধ দিয়া দিনাই সিহঁতে কাৰ্বি গ' বেক ধ্বনি দিয়াৰ সাহস পাইছিল।

26/11/2025

#গোলাঘাট

21/10/2025
12/10/2025

সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে নিশা মোক জগাবলে বহু যুগৰ তৃষা তুমি নাহা কিয় ঘনে ঘনে সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে 🌙💫🌃

09/10/2025

১৯৬৭ চনত মাথোঁ ৩৯ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ কৰিছিল চে গুৱেভাৰাই

02/10/2025

01/10/2025

বাটৰে কাষতে বাট চাওঁ তোমালে
লৈ যোৱা মোক আজি তোমাৰ বাটেৰে😞
মৃত্যুক চাগে কথাষাৰ কৈছিল😭

20/09/2025

জুবিন দাৰ অন্তিমটো ভিদিও 😭😭😭

30/08/2025

📌দুমাহ ই এম আই দিব নোৱাৰিলে এজেন্ট আহি গাড়ী লৈ যায়
📌৩০ লাখৰ ফ্লেটত ৮০ লাখ ভৰিব লাগে
📌আৰু অনিল আম্বানীৰ দৰে পুঁজিপতিয়ে ৫০০০০ কোটি লৈ ৫০০ কোটি ঘূৰালেই মাফ হৈ যায়
📌সঁচাই মেৰা ভাৰত মহান

(ইউটিউবটো আমাৰ পজিটিভ ষ্টৰী সমূহ চাব পাৰিব।এই লিংকটোত গৈ ক্লিক কৰি চেনেলটো চাবস্ক্ৰাইব কৰি থ'লেই আমাৰ নতুন নতুন পজিটিভ ষ্টৰি, ইন্টাৰভিউবোৰ চাব পাৰিব।প্ৰতিটো ভিডিঅ’টে পাব আপুনি কিবা এটা নতুনত্ব।👇👇👇
https://youtu.be/HAkLX7Do3I8?si=CNEtqtqEe68Za-KX )

15/07/2025

💔 আজিকালি একেলগে থাকিও একাংশ স্বামী-স্ত্ৰী কিয় একেলগে নাই...?
আজিকালি বিয়াৰ পিছতো একাংশ সম্পৰ্ক যেন অসম্পূৰ্ণ।
দুয়ো একেটা ঘৰতে থাকে,
কিন্তু হৃদয়ৰ দুৱাৰ দুয়োৰে সম্পূৰ্ণ বন্ধ।
👩 ❤️ 👨 স্বামী-স্ত্ৰী এতিয়া জীৱন সংগী নহয়, মাত্ৰ ৰুম পাৰ্টনাৰ হৈ পৰিছে।
এতিয়া প্ৰেম- "কল" আৰু "মেচেজ"ত নাই, ৷
এতিয়া ইয়াক কেৱল "Seen" আৰু "Ignore" লৈ সলনি কৰা হৈছে।

💬 কথা পতা হয় কেৱল- লাইটৰ বিল, পানীৰ বিল, বজাৰৰ সামগ্ৰী, সন্তানৰ স্কুল ফিজ,টিউচন ফিজ ইত্যাদিৰ

কিন্তু হৃদয়ত কি আছে...?
বিশেষ আন্তৰিকতা নাই🙏

🧊 কিয় এনেকুৱা হৈছে?
কাৰণ এতিয়া সম্পৰ্কত:

সময় নাই...

ধৈৰ্য্য নাই...

যোগাযোগ নাই...

আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল বুজাবুজি নাই।

👩 ⚖️ গোটেই দিনটো ঘৰ আৰু ল'ৰা-ছোৱালীৰ লগত ঘৰত কামত ব্যস্ত থাকে পত্নী।

🧑 💼 অফিচৰ টেনচনত, ব্যৱসায়ৰ ক্ষেত্ৰত ডুব গৈছে স্বামী। উপায় নাই চলিব টো লাগিব আৰু চলিবলৈ টকা লাগিব

আৰু দুয়োজনে ভাবে – "সমুখৰ মানুহজনে একো বুজি নাপায়..."

📱 আজিৰ আটাইতকৈ ডাঙৰ সত্য:

আমি প্ৰতিদিনে ঘণ্টাৰ পিছত ঘণ্টা মোবাইলৰ স্ক্ৰীণলৈ চাই থাকোঁ, ৰিল ভিডিঅ’ Shorts ইত্যাদি

কিন্তু আমাৰ সন্মুখত বহি থকা ব্যক্তিজনৰ চকুলৈ চাবলৈ আমাৰ এবাৰো সময় নাই
আমি আনৰ পোষ্টত "Love" আৰু "Care" ৰিয়েক্ট দিয়াত ব্যস্ত,

কিন্তু আমাৰ সংগীক মৰমলগা হাঁহি এটা দিবও আমাৰ সময় নাই।

🧱 এতিয়া ইগো ইমানেই ডাঙৰ হৈ গৈছে যে "Sorry" বুলি ক'লে পৰাজয় যেন লাগে।

🌧️আৰু তাৰ ফল কি?
একেটা ঘৰতে দুজন মানুহ বসবাস কৰি আছে,
কিন্তু এনে লাগে যেন তেওঁলোকে দুখন বেলেগ বেলেগ জগতত বাস কৰি আছে।

💔 শুনিবলৈ কোনো নাই,
💔 বুজিবলৈ কোনো নাই,
আৰু লাহে লাহে কোনো কোলাহল নোহোৱাকৈ সম্পৰ্ক শেষ হ'বলৈ ধৰে।

💡 ইয়াৰ সমাধান কি?

হয়, দুয়োজনে ইচ্ছা কৰিলে সকলো ঠিক কৰিব পাৰে।

ইজনে সিজনৰ চকুলৈ চাই দিনটোত এবাৰ কথা পাতক
ইগোক হত্যা কৰি আকৌ "ক্ষমা" আৰু "বুজাবুজি" আৰম্ভ কৰক।
ফোন আৰু চচিয়েল Media, দৈনিক ব্যস্ততা ৰ পৰা সময় উলিয়াই আঁ‌তৰি আহি ইজনে সিজনৰ লগত সংযোগ স্থাপন কৰক।

🫂 শেষত...

"বিবাহ এক পৱিত্ৰ সম্পৰ্ক ,
ইয়াক প্ৰতিদিনে বজাই ৰখাটো এক সততা।"
ইজনে সিজনক সময় আৰু সন্মান দিয়াটো দুয়োৰে বাবে প্ৰয়োজন। যদি আপুনি ব্যস্ত আপুনি যদি কাষত নাই কৰ্মসুত্ৰে বেলেগ ঠাইত আছে তেতিয়া আপুনি সময় উলিয়াই ফোনত হ'লেওঁ‌ নিজৰ সংগীক সময় আৰু গুৰুত্ব দিবলৈ চেষ্টা কৰক। কাৰণ দূৰত্বই সম্পৰ্ক শেষ নকৰে, গুৰুত্ব আৰু মৰম অবিহনে হে এটা সম্পৰ্ক শেষ হয়💔🙏

সংগ্ৰহীত

Address

Basistha

781029

Website

Alerts

Be the first to know and let us send you an email when Ranjan Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Grocery Store?

Share