hasin chy

hasin chy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from hasin chy, Grocers, Hojai.

✍️writer, poetry, article, story completed MA English, Assamese,B ed,1year computer diploma,persuing LLB,
Sub teacher in royal academy senior secondary school .

কবিতা: "মা"  ‌✍️✍️হাচিনা বেগম মা, তুমি মোৰ প্ৰথম শব্দ,  তুমি মোৰ প্ৰথম গান।  খোজ কাঢ়িব শিকোতেধৰি থকা তোমাৰেই হাত।  ৰাতি...
10/05/2026

কবিতা: "মা"
‌✍️✍️হাচিনা বেগম

মা, তুমি মোৰ প্ৰথম শব্দ,
তুমি মোৰ প্ৰথম গান।
খোজ কাঢ়িব শিকোতে
ধৰি থকা তোমাৰেই হাত।

ৰাতি সাৰ পালে চকুলো মচি
কোলাত লৈ কোৱা, "ভয় নাই সোণ"।
নিজে নাখাই মোক খুৱাই
তুমিয়েই মোৰ ভগৱান।

ঈদৰ পিঠা, ভাতৰ গোন্ধ,
তোমাৰ মৰমত সনা।
স্কুললৈ যাওঁতে কপালত চুমা,
"ভালকৈ পঢ়িবি" বুলি কোৱা

আজি মাতৃ দিৱসত
এটাই প্ৰাৰ্থনা মোৰ,
জীৱনৰ প্ৰতিটো খোজত
তোমাৰ ছাঁ যেন পাওঁ ওৰ।
মা, তুমি নহ'লে মই একো নহয়,
তুমিয়েই মোৰ পৃথিৱী, তুমিয়েই মোৰ সৰগ।
তোমাৰ চুলিৰ ৰূপালী ৰেখাত
লুকাই আছে মোৰ সকলো সাধুকথা।
তুমি হাঁহিলে মোৰ পৃথিৱী পোহৰ হয়,
মাতৃ দিৱসত শত কোটি প্ৰণাম।

মই ক্লাছ viii ত থাকোঁতে মোৰ অসমীয়াৰ বহীখনত লিখা মই কিছুমানৰ কথা আজি বহীখন চাই মোৰ পুৰণা স্মৃতি সমূহ মনত পেলাই মনটোত কিব...
05/05/2026

মই ক্লাছ viii ত থাকোঁতে মোৰ অসমীয়াৰ বহীখনত লিখা মই কিছুমানৰ কথা আজি বহীখন চাই মোৰ পুৰণা স্মৃতি সমূহ মনত পেলাই মনটোত কিবা ভাল লগা নাই সঁচাই সময় জীৱনৰ পৰা যিমানখিনি গুচি গল আৰু কেতিয়াও গুৰাই নাপাওঁ জীৱনত।

28/04/2026

আজি HS পৰীক্ষাৰ ফলাফল উপলক্ষে আমাৰ বিদ্যালয়ত কিছুমান আনন্দ উল্লাসৰ পৰিৱেশ।

ফুলক নিচিনা সকলোৰে মন সুন্দৰ হওঁক।
26/04/2026

ফুলক নিচিনা সকলোৰে মন সুন্দৰ হওঁক।

26/04/2026

✨✨✨

আজ বিশ্ব বই দিবস! আপনার প্রিয় বইটির নাম কমেন্টে জানাতে পারেন, সুযোগ হলে পড়ে দেখবো!☘️
24/04/2026

আজ বিশ্ব বই দিবস! আপনার প্রিয় বইটির নাম কমেন্টে জানাতে পারেন, সুযোগ হলে পড়ে দেখবো!☘️

24/04/2026

ক্ষুদ্র একটা জীবন। অথচ কতশত ভাবনায় ডুবে আছি।
হঠাৎ করেই ডাক পড়লে চলে যাবো ওপারে। কেবল এটাই ভুলে গেছি।~

C tet Book 📚📚
19/04/2026

C tet Book 📚📚

19/04/2026

আগলি বতাহে কঁপালে কলৰে পাত
মন উৰণীয়া হেৰালে বাটৰে আঁত ।
বুজো কি নুবুজো চিনাকি কুলিৰে মাত
মেলো কি নেমেলো আকাশ চুবলৈ হাত |
এটি ফুল মাথো মনৰে ডালতে কঁপে
এটি মাথো পখী এই উৰে উৰে কিনো ফুল কিনো পখী সিটি
জিৰাব কিহৰে ছাঁত ।

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল।
18/04/2026

মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল।

Good morning
18/04/2026

Good morning

Address

Hojai
782445

Website

Alerts

Be the first to know and let us send you an email when hasin chy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category