জকাই বোৱা বাংকে আগম কৗবাং-Mising Agom Ke'bang

  • Home
  • India
  • Majuli-Bongaon
  • জকাই বোৱা বাংকে আগম কৗবাং-Mising Agom Ke'bang

জকাই বোৱা বাংকে আগম কৗবাং-Mising Agom Ke'bang mising Agom Ke'bang

11/04/2024

কেন্দ্ৰীয় মিচিং আগম কৗবাংৰ কাৰ্য্যকৰী সভা জেংৰাইমুখ বাংকে কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়৷ উক্ত কাৰ্যকৰী সভাত সন্মানীয় অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু ডাঙৰীয়াও উপস্থিত থাকে৷

কেন্দ্ৰীয় মিচিং আগম কৗবাংৰ কাৰ্য্যকৰী সভা জেংৰাইমুখ বাংকে কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়৷ উক্ত কাৰ্যকৰী সভাত সন্মানীয় অসমৰ শি...
10/04/2024

কেন্দ্ৰীয় মিচিং আগম কৗবাংৰ কাৰ্য্যকৰী সভা জেংৰাইমুখ বাংকে কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়৷ উক্ত কাৰ্যকৰী সভাত সন্মানীয় অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু ডাঙৰীয়াও উপস্থিত থাকে৷

ধন্যবাদ জ্ঞাপন কৰিলোঁ৷    Mising Agom Kébang (MAK)
23/02/2024

ধন্যবাদ জ্ঞাপন কৰিলোঁ৷



Mising Agom Kébang (MAK)

Mising Agom Kébang (MAK)
31/05/2023

Mising Agom Kébang (MAK)

গোগামুখত অনুষ্ঠিত ২৪ সংখ্যক "মিচিং আগম কৌবাং"   চমুকৈ   -ৰ সাধাৰণ অধিৱেশন ও সোণালী জয়ন্তী বৰ্ষ সামৰনি অনুষ্ঠানত মিচিং সম...
31/05/2023

গোগামুখত অনুষ্ঠিত ২৪ সংখ্যক "মিচিং আগম কৌবাং" চমুকৈ -ৰ সাধাৰণ অধিৱেশন ও সোণালী জয়ন্তী বৰ্ষ সামৰনি অনুষ্ঠানত মিচিং সমাজে ( নৱনিৰ্বাচিত সভাপতি মিগাং হৰিনাৰায়ণ পেগু আৰু সম্পাদক মিগাং সোমেশ্বৰ কপ্তাক ডাঙৰীয়াৰ নেতৃত্বত মিচিংৰ ভাষা,সাহিত্য Eight schedule ত স্হান পোৱাকৈ সকলোৰে লগত মিলিজুলি কাম কৰি সৰ্বতো দিশৰ উত্তৰণৰ কামনা কৰিলোঁ‌ ৷ #জকাইবোৱাবাংকেআগমকৗবাংমাজুলী ৰ তৰফৰ পৰা প্ৰথম পদ্বক্ষেপ হিচাপে তলত উল্লিখিত দিশসমুহৰ ওপৰত কেন্দ্ৰীয় সমিতিয়ে কাৰ্য্যুসুচী গ্ৰহন কৰিবলৈ আহ্বান জনালোঁ৷
১) মিচিং আগম কৗবাংৰ সংবিধানখন সংশোধন কৰি জিলা শাখা সাহিত্য সভা গঠন কৰা হওঁক৷
২)মিচিং ভাষাত লিখা মেলা কৰা কবি সাহিত্যিক সকলক চিনাক্তকৰণ কৰা হওঁক৷ উদগনিমুলক মান পত্ৰ প্ৰদান কৰা হওঁক৷
৩)বছৰত দুবাৰকৈ মিচিং সাহিত্য সভাৰ জিলা,আঞ্চলিক সমিতিৰ বিষয়ববীয়াক কৰ্মশালা দিয়াৰ ব্যৱস্থা কৰক৷যাতে পৰবৰ্তী সময়ত বিদ্যালয়ত শিক্ষকে পাঠদানৰ সময়ত নজৰ দিব পৰা যায়৷নিজেওঁ পঢ়াব পৰা হব,সাহিত্য চৰ্চা কৰিব৷
৪)সাহিত্য আন্দোলন সৃষ্টি কৰিব পৰা যোগাত্মক কাৰ্য্যসুচীসমুহ গ্ৰহন কৰা হওঁক৷ মাত্ৰ এইয়া ৪ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ চেষ্ঠা কৰিব লাগে৷ এটা কাৰ্য্যকালত ৩৬ মাহে কাম কৰিবলৈ সুবিধা পায়৷ ধন্যবাদ৷

Paramananada Chayengia
Bhuban Gam
Purusuttom Doley
Anil Kumar Pegu
Shaan Panging
Uma Pathori
Troilokya Pamegam

জকাই বোৱা বাংকে আগম কৗবাং-Mising Agom Ke'bang
30/05/2023

জকাই বোৱা বাংকে আগম কৗবাং-Mising Agom Ke'bang

25/05/2023
22/05/2023
জকাই বাংকে আগম কৗবাংৰ প্ৰাক্তন সভাপতি,বিশিষ্ট কবি শ্ৰীযুত গজেন চন্দ্ৰ নৰহ ৰ দ্বিতীয় সন্তান শ্ৰী কুশলজ্যোতি নৰহে হাইস্কুল...
22/05/2023

জকাই বাংকে আগম কৗবাংৰ প্ৰাক্তন সভাপতি,বিশিষ্ট কবি শ্ৰীযুত গজেন চন্দ্ৰ নৰহ ৰ দ্বিতীয় সন্তান শ্ৰী কুশলজ্যোতি নৰহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫খনত লেটাৰ সহ ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হয়৷সৰ্বমুঠ ৬০০ ভিতৰত ৫০২ নম্বৰ লাভ কৰে,মাত্ৰ ৮ নম্বৰৰ বাবে ডিষ্ট্ৰিংচন নাপালে৷ বাংকে আগম কৗবাংৰ তৰফৰ পৰা ভৱিষ্যতৰ উজ্বল কামনা কৰিলোঁ৷

Address

Vill:Jakai Bowa PO:Jakai Bowa Office:Jakai Bowa Murong Okum
Majuli-Bongaon

Website

Alerts

Be the first to know and let us send you an email when জকাই বোৱা বাংকে আগম কৗবাং-Mising Agom Ke'bang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category