20/04/2024
নমস্কাৰ 🙏
আপোনালোক সকলোলৈ ডেউকা পৰিয়ালৰ তৰফৰ পৰা অসমীয়া নবৰ্ষৰ আৰু ৰাঙলী বিহুৰ আন্তৰিক ওলগ জনালোঁ। আপোনালোকক জনাবলৈ পায় সুখী অনুভৱ কৰিছোঁ যে এতিয়াৰ পৰা ডেউকা পৰিয়ালত সকলো সময়তে তিল পিঠা , ঘিলা পিঠাকে আদিকৰি সকলো ধৰণৰ পিঠা আৰু সকলো ধৰণৰ লাৰু আৰু বিভিন্ন ধৰণৰ অসমীয়া পৰম্পৰা লগত জঢ়িত খাদ্য সামগ্ৰী সুলভ মূল্যত উপলব্ধ হব । ইয়াৰ লগতে ঘৰত বোৱা গামোচা, কটন ,নুনি কটন , টচ জোৰা, টচৰ ৰিহা , অৰ্ডাৰ অনুসৰি পিউৰ মুগা জোৰা সুলভ মূল্যত উপলব্ধ হব। যি কোনো ধৰনৰ কাপোৰ আৰু খাদ্য অৰ্ডাৰ কৰিবলৈ তলৰ নম্বৰত যোগাযোগ কৰিব ।
যোগাযোগৰ নম্বৰ :- 8638738030 / 6000368189 /8638105552/9101776704
ethnic items