24 বটদ্ৰৱা LIVE

24 বটদ্ৰৱা LIVE আমাৰ বেকাপ পেইজে Like Share আৰু Follow কৰিব।

03/03/2026

৫৫ নং ধিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মনোৱাৰ হুছেইনৰ প্ৰাক নিৰ্বাচনী তৎপৰতা তীব্ৰতৰ

09/02/2026

চাহ শ্ৰমিক পৰিয়ালৰ ভূমি বন্দৱস্তিৰ প্ৰ-পত্ৰ বিতৰণ

09/02/2026

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হব পাৰে নগাঁও জিলা অ,বি,চি মৰ্চাৰ উপসভাপতি গোপাল নাথ

09/02/2026

ৰাবিয়া ইছলামীয়া টাইটেল গাৰ্লছ একাডেমীৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন

07/02/2026

এসময়ৰ ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ আৰু দুবাৰৰ প্ৰাক্তন জিলা পৰিষদ সদস্য মানিক আলী

05/02/2026

ধুনীয়াভেটিলৈ গৌৰৱ কঢ়িয়াই আনিলে অষ্টম শ্ৰেণীৰ ছাত্ৰ ফাহিম শ্ব'কীলে।

04/02/2026

মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ৩ ফেব্ৰুৱাৰীৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ সমাৰোহ।

04/02/2026

বিধায়িকা হোৱাৰ সপোন মেলিছে এগৰাকী চিকিৎসকে

ধিং সমষ্টিত ৰাইজে কোনজন নেতাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে সেয়া সময়ত হব লক্ষ্যণীয়।
02/02/2026

ধিং সমষ্টিত ৰাইজে কোনজন নেতাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে সেয়া সময়ত হব লক্ষ্যণীয়।

02/02/2026

মৰিগাঁও ধৰমতুলৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত বিগত বৰ্ষ সমূহৰ দৰেই এই বছৰো মাঘী পূৰ্ণিমাৰ দিনাৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী বিষ্ণু মেলা।

02/02/2026

হাজোৰ ৰতনপুৰৰ ৰফিকুল ইছলাম নামৰ শিক্ষিত যুৱক গৰাকীয়ে এক সুকীয়া নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে।

02/02/2026

সৰ্বশিক্ষা অভিযানৰ কাৰ্য্যবাহী সঞ্চালকৰ নিৰ্দেশ মৰ্মে জিলা পৰ্য্যায় অনুসন্ধান সমিতিৰ এটি দলে মৰিগাঁও জিলাৰ কেবাখনো বিদ্যালয়ত আকস্মিক পৰিদৰ্শন কৰে।

Address

Nagaon
782122

Telephone

+917577812939

Website

বটদ্ৰৱা LIVE-101096352683464/

Alerts

Be the first to know and let us send you an email when 24 বটদ্ৰৱা LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to 24 বটদ্ৰৱা LIVE:

Share

Category