09/04/2026
আজি BJP ক ভোটতো দিলো-তিনিটা কাৰণত ১)মেধাৰ ভিত্তিত কোনো ঘোচ নিদিয়াকৈ হেজাৰ হেজাৰ ল’ৰা ছোৱালীয়ে চৰকাৰী চাকৰি এটা পাবলৈ সক্ষম হ’ল ২) হেজাৰ হেজাৰ বিঘা চৰকাৰী/সত্ৰৰ মাটি অৱৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিলে আৰু ৩) ৰাষ্টা ঘাট উন্নত হ’ল ৷ BJP ZiNdAbAd👍👍