Debajit Narah VLE

Debajit Narah VLE welcome to all my friend

জনজাতি দাবী কৰা সকলো জনগোষ্ঠিকে জনাই দিছোঁ আপোনালোকে ভোট দিয়ে নে নিদিয়ে পিছৰ কথা । ভোট বেংলৈ জনজাতি বিচাৰিব নালাগে আৰু অ...
18/11/2025

জনজাতি দাবী কৰা সকলো জনগোষ্ঠিকে জনাই দিছোঁ আপোনালোকে ভোট দিয়ে নে নিদিয়ে পিছৰ কথা । ভোট বেংলৈ জনজাতি বিচাৰিব নালাগে আৰু অসম জলাবলৈ কাম কৰি নাথাকিব মনিপু্ৰ ঘটনটো বিচাৰে নে ভাংলাদেশ নাই নাপালৰ ঘটনা বিছাৰে কওঁ আপোনালোক......কি মিছাঁ টকা কৰছ কৰিব লাগে আন্দোলন নামত ।আপোনালোকৰ সিমানে টকা আছে দৰিদ্ৰৰ মানুহক সহায় কৰক তেতিয়া বেছি লাভ নাই।

26/10/2025
14/10/2025
যি ৰাজনৈতিক দল নহ'ক লাগে ভয় কৰিব নালাগে ।কৰিব লাগে কিছুমান দলৰ মানুহ থাকে যেনে,শৰ্মা বৰা,মহন্ত ,নৰহ পেগু দলে,পায়েং এনেকো...
08/10/2025

যি ৰাজনৈতিক দল নহ'ক লাগে ভয় কৰিব নালাগে ।কৰিব লাগে কিছুমান দলৰ মানুহ থাকে যেনে,শৰ্মা বৰা,মহন্ত ,নৰহ পেগু দলে,পায়েং এনেকোৱা স্বাৰ্থপৰ মানুহ থাকে এইবোৰ মানুহকে বয় কৰিব লাগে... Manab Deka Dr Harikanta Das Akhil Gogoi Jayanta Mallabaruah Gaurav Gogoi

with harikanta das
29/09/2025

with harikanta das

18/09/2025
বিধায়ক হোৱাই নাই বিধায়ক হ'লে কিমান সহায় কৰিব ব্যক্তি জন চিন্তা কৰক সকলোয়ে...... Dr Harikanta Das ৰাইজৰ দল পাৰ্টি ডাঃ হৰি...
16/09/2025

বিধায়ক হোৱাই নাই বিধায়ক হ'লে কিমান সহায় কৰিব ব্যক্তি জন চিন্তা কৰক সকলোয়ে...... Dr Harikanta Das ৰাইজৰ দল পাৰ্টি ডাঃ হৰিকান্ত দাস দেবক সকলোয়ে আদৰণি জনাব লাগে......

Address

Ranganadi
North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Debajit Narah VLE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Debajit Narah VLE:

Share