26/09/2022
ছোৱালী বিয়াৰ ক্ষেত্ৰত ডাঙৰ ঘৰ বা ডঙৰ গড়ী আছে নে নাই তাক লৈ চিন্তা চৰ্চা কৰা আগত সেই ঘৰৰ ভিতৰত মানুহ থাকে নে হিংস্ৰ জন্ত থাকে , তাক লৈ চিন্তা কৰাটো বেছি প্ৰয়োজন ।
চিন্তা কৰক,
আৰু জীৱন ধংশ হোৱাৰ পৰা বছাওক।।। আখা থাকিল।
ৰোহিত দুৱাৰ ✍🏻🙏🏼