Liton Das official

Liton Das official ৰাজবংশী

08/12/2024
🌼❣🌼
15/03/2023

🌼❣🌼

12/03/2023

হাৰাধন
______________
হাৰাধন মধ্যৰাতি কেণেবা মুই চোটকি ওটোং ৰে
খুব ভয় নাগে।
চেতন পেয়া দেখোং সগাৰে বাৰিত
ধৈ-ধৈ কৰি বাতি জ্বলে
খালি আমাৰ বাৰিতে এলাও
ঢিপিস-ঢাপাস কৰি জ্বলা নেম্পোয়
ঢোকে-ঢোকে কেৰাচিন গেলে।।
কুল্লায় থাকিও আমৰা খুব কপাল পোৰা
জানিস হাৰাধন নিজেৰ ছাৱাটায় এলাও
বাৰিৰ বকণাটাক ভালকৰি চেনেনা।।
ওইযে আমাৰ চামৰা ফাটা দোতোৰাটা
ডাৰি ঘৰেৰ চালোত,
সময়তে ঝৰি খায় সময়তে ৰৈদ খায়,
আচ্ছা পূৱ হাইল্লাৰ সানাই ফোঁ‌কা কাণাই দাদুক
এলা আৰ আগেৰমতো কৈ বিয়াৰ বাৰি গুলাত দেখা যায়।।
জানিস হাৰাধন মাজে-মাজে মোক খুব ভয় নাগেৰে ভাই
আমাৰ আধা ভাঙা মৈসেৰ গাড়ী খানোত
মস্তো একটা উৰিৰ ঢীপি,
আশাঙোত তুলি থোৱা ধানেৰ গোলাটাত
ক'ত যে ধৰেয়া-এন্দুৰেৰ অত্যাচাৰ।
সৈন্দা নাইকতে নাই নাইকতে
হাঁসেৰ খোপোৰাত হাত ঢোকে দিয়া
হাপায় হাঁস ধৰি পালায়,
দিনোতে ছাগোলেৰ বাচ্ছাক শিয়ালে
টানি জংগোলবাৰি ঢোকায়।।
সাদা-শিলা মাটিৰ মানুস গুলাৰ মাতাতে দেখোং
সগায় বেল ফাটে খাবৰ চায়।
হাৰাধন মোৰ আত্তাটা কাউলি ওটেৰে
সাৰিন্দাৰ টান, দোতোৰাৰ ডাং,
বাঁসীৰ ফোক, গীদালেৰ ঝোক
পূৰ্ণিমাৰ ৰাতি আশোৰ পাতি
চটকা, দৰিয়া, কুশাণ, বিষহৰি, পদ্মপুৰাণ
কোটে গেইল সেই সোণাৰায়েৰ গান।
হাৰাধন মোক যে এলা খুব ভয় নাগেৰে
চিন্তা কৰি দেখোং
মুই হুনা নিজোক নিজে ভুলিয়ায় গেইছোং।।

✍ লিটন দাস

07/03/2023

অকলে অকলে ৰঙা নীলা আবীৰ খিনি ধুনীয়াকৈ গালত লগাই চেলফি উঠি আপলোড দিয়া কেইজনীক ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 😊🌼😊

Adresse

Dhubri Assam
Democratic Republic Of The

Téléphone

+17086198006

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Liton Das official publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Contacter L'entreprise

Envoyer un message à Liton Das official:

Partager