Assam comedy

Assam comedy Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de Assam comedy, Épicerie, Democratic Republic of the.

13/01/2024

নমস্কাৰ, আমাৰ পেইজ (Assam comedy)ৰ ফালৰ পৰা সকলো fasbook user ৰ মাজত এখনি ফটো প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷

অংশগ্ৰহণ কৰিবৰ বাবে আপোনাৰ এখনি ফটো আমাক ৱাটচএপ (whatsApp) যোগে প্ৰেৰণ কৰক এই নম্বৰত:
9678693063

নিয়মাৱলী:

প্ৰত্যেক প্ৰতিযোগিয়ে এখনহে ফটো প্ৰতিযোগিতালৈ পঠিয়াব পাৰিব৷

ফটোৰ লগতে নিজৰ নাম, আৰু জিলা খনৰ নাম লিখি পঠিয়াব লাগিব৷

ফটো সমূহ কিছু সময়ৰ মূৰে মূৰে আমি আমাৰ পেইজত আপলোড কৰিম৷

প্ৰতিটো লাইকৰ বাবে 10 পইন্ট প্ৰতিটো কমেন্টৰ বাবে 20পইন্ট আৰু প্ৰতিটো শ্বেয়াৰৰ বাবে 30 পইন্ট দিয়া হ'ব৷

আমাৰ পেইজৰ পৰা পোনপটীয়াকৈ পোৱা লাইক কমেন্ট আৰু শ্বেয়াৰৰ নম্বৰহে ধৰা হব৷

প্ৰতিজনি প্ৰতিযোগিয়ে নিজৰ ফটোখন এবাৰহে শ্বেয়াৰ কৰিব পাৰিব৷

অত্যাধিক ইডিত (Edit) নকৰা ফটোহে গ্ৰহণ কৰা হ'ব৷

প্ৰতিযোগিতাত তিনিগৰাকী বিজয়ী ঘোষণা কৰা হ'ব৷
বহুত কেইগৰাকীৰ পইন্ট একে হ'লে লটাৰীযোগে বা যি তিনি গৰাকীৰ শ্বেয়াৰ পইন্ট বেছি, তেওঁলোকক নিৰ্বাচন কৰা হ'ব‌ প্ৰথম ৩০০১টকা দ্বিতীয় ২০০১ টকা‌। আৰু তিতীয় ১০০১
Assam comedy নামৰ পেইজ টো follow কৰক আৰু আমাৰ লগত থাকক( https://www.facebook.com/profile.php?id=61555510804803&mibextid=ZbWKwL

Grocery Store

Adresse

Democratic Republic Of The

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque Assam comedy publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Partager