Asraful Hussain MLA Chenga Fanclub

Asraful Hussain MLA Chenga Fanclub Political for General public

26/05/2026

মুখ্য মন্ত্ৰী চাহাবৰ আহ্বানক মানি লৈ আমাৰ অঞ্চলৰ সকলো মানুহে গৰু,মহৰ‌ সলনি বিকল্প জন্তুক কুৰবানী দিয়াৰ সিদ্ধান্তক আদৰণি জনাইছোঁ।।

পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰি ইতিহাস ৰচিলে অসমৰ জীয়ৰীয়ে। লখিমপুৰৰ ৰূপামণি গড়ে প্ৰথমগৰাকী অসমীয়া ...
24/05/2026

পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টত আৰোহণ কৰি ইতিহাস ৰচিলে অসমৰ জীয়ৰীয়ে। লখিমপুৰৰ ৰূপামণি গড়ে প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে এভাৰেষ্টৰ শিখৰত খোজ দি ৰাজ্যখনলৈ অনন্য গৌৰৱ কঢ়িয়াই আনিছে। একে সময়তে এই সমগ্ৰ কঠিন অভিযানৰ অগ্ৰভাগত থাকি সফল নেতৃত্ব প্ৰদান কৰিলে অসমৰে ভনীতা টিমুংপীয়ে। আকাশ চুব খোজা তেওঁলোকৰ এই অদম্য সাহসে আমাৰ যুৱ প্ৰজন্মক সদায় নিজৰ লক্ষ্যত অবিচল থাকিবলৈ অনুপ্ৰাণিত কৰিব। অসমৰ গৌৰৱ ৰূপামণি গড় আৰু ভনীতা টিমুংপীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 🎉💪🏆🎊

22/05/2026

আমি কিমান অপৰিপক্ক জাতি এক কৌটি ৩০ লাখ জনসংখ্যা থকাৰ পিছতো আমাৰ সমস্যা সংসদত উত্থাপন কৰিব পৰা এজন প্ৰতিনিধি জিকাই পঠিয়াব নোৱাৰোঁ। 😭😭

What's happening to go in INDIA..... 🤔💭👀💬
22/05/2026

What's happening to go in INDIA..... 🤔💭👀💬

Congratulations 🎉🎉🎉
21/05/2026

Congratulations 🎉🎉🎉

19/05/2026

নিজৰ জন্ম ধাত্ৰী বৃদ্ধ মাকক এলাগী কৰি গৰুক মাতা বুলি গণ্য কৰা সকলৰ সন্মানাৰ্থে এইবাৰ গৰু কুৰবানী নিদিওঁ।গৰু একমাত্ৰ কুৰবানীৰ বস্তু নহয়। 🐮💚🌿

18/05/2026

কংগ্ৰেছৰ সংখ্যালঘু বিধায়ক সকল অস্তিত্ব হীন। ৪,৫বাৰৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী তথাপিও বিৰুধী দলপতি হোৱাৰ যোগ্যতা নাই।প্ৰথম বাৰ বিধায়ক হোৱা জনক দিলে একমাত্ৰ ধৰ্মৰ নামত।

17/05/2026

মুছলমান সকলৰ কামীহাৰ ভাঙিব বুলি মুকলিকৈ কোৱা চৰকাৰে - গেছ আৰু খাৰুৱা তেলৰ বাবে বিদেশৰ মুছলমানৰ ভৰি চেলেকিবলৈও প্ৰস্তুত।।
"দুগলাপন"

15/05/2026

Muslim Personal law সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ কাৰণে UCC বিল আনা হৈ আছে। যিটো সম্পূৰ্ণৰূপে মুছলিম বিৰোধী।। 🤔💭👀💬

14/05/2026

UCC ৰ বিষয়ে আমাৰ মিয়া বিধায়ক সকলক ভালদৰে অধ্যয়ন কৰিবলৈ আহ্বান জনালোঁ।💡📚💭👏

12/05/2026

উচ্ছেদ কৰাটোয়েই এটা চৰকাৰৰ মুখ্য উদ্দেশ্য হ'ব পাৰে নেকি? দেশৰ জনগণক সুৰক্ষা প্ৰদান কৰাই কল্যাণকামী ৰাষ্ট্ৰৰ মূল উদ্দেশ্য।। ধৰ্ম নহয় উন্নয়নক প্ৰধান্য দিয়ক। 🤔💭🌎

Address

Chenga
Barpeta
781311

Alerts

Be the first to know and let us send you an email when Asraful Hussain MLA Chenga Fanclub posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share