22/12/2024
ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা, বোকাখাত সম- জিলাৰ অন্তৰ্গত কাজিৰঙা মণ্ডলৰ নৱ-নিৰ্বাচিত সভানেত্ৰী শ্ৰীমতী ৰীতা তালুকদাৰ বাইদেউলৈ কাজিৰঙাৰ মণ্ডলৰ সমূহ কাৰ্যকৰ্তা তৰফৰ পৰা আন্তৰিক অভিন্দন ও শুভেচ্ছা জনাইছোঁ৷ যাতে আগন্তক দিনবোৰত বাইদেউৱে সৎ চিন্তাৰে , সৎ পথেৰে, আত্ম-বিশ্বাসেৰে আৰু সৎ-সাহকেৰে ভাৰতীয় জনতা পাৰ্টিৰ কামবোৰ কৰিব বুলি আশা কৰিলোঁ ৷ ধন্যবাদেৰে কাজিৰঙা মণ্ডল, বোকাখাত ৷ আৰু লগতে সকলোৱে মোৰ এই pageটো Follower/ like /Share আৰু Comment Boxt ত Type কৰক plz plz plz