30/05/2026
এতিয়া বেঙেনা খা লাজ নোহোৱা মানুহ
ভোটৰ আগতে ১ কিলো চেনী পালে খুচি,
ভোটৰ পিছত ৫ বছৰ দাম বাঢ়িলেও চুপ। 😆
১০০ টকাৰ লাভত বুকু ফুলাই ভোট দিওঁ,
তাৰ পিছত ৫ বছৰ নিজৰেই সিদ্ধান্তক গালি দিওঁ।
সঁচাকৈয়ে নেতা চালাক নে আমি বেছি সহজ?"** 🤔
" 😂🔥