Parash Borah পৰশ বড়া

Parash Borah পৰশ বড়া Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Parash Borah পৰশ বড়া, Grocers, Dhakuakhana.

"সুখৰ সংজ্ঞা কি নাজানো…. অথবা কিমান পালেনো মানুহ সুখী হয় সেয়াও নাজানো। অনুভৱ কৰো, সুখ-দুখৰ সমষ্টিয়েই জীৱন।"
"সকলো মানুহে‌ই কেৱল সুখ বিছাৰে, দুখ কাকো নালাগে কিন্তু বৰষুণ নাহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ’ব পাৰে।” ♻️🇮🇳

নমস্কাৰ গ্ৰহণ কৰিব । আপোনাক/আপোনালোকক  জনাবলৈ পাই সুখী হৈছো যে,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,ঢকুৱাখনা খণ্ড অভিযান পৰ...
24/01/2026

নমস্কাৰ গ্ৰহণ কৰিব । আপোনাক/আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,ঢকুৱাখনা খণ্ড অভিযান পৰিচালনা গোটৰ অধীনস্থ শান্তি আদৰ্শ মণ্ডল পৰ্যায় সংগঠনটো আত্মনিৰ্ভৰ হ’ব পৰাকৈ এটা নিজাববীয়া ব্যৱসায় আৰম্ভ কৰা হৈছে । গোটৰ সদস্যাসকলক তুলনামূলকভাৱে কম দৰত উন্নতমানৰ সূতা আৰু হস্ততাঁত সামগ্ৰী যোগান ধৰাৰ লগতে তেওঁলোকৰদ্বাৰা উৎপাদিত বস্ত্ৰ সমূহৰ বিক্ৰীৰ বাবে এখন উপযুক্ত বজাৰ গঢ়াৰ বিনম্ৰ প্ৰয়াসেৰে ঢকুৱাখনা ব্লক চাৰিআলিত “শান্তি সূতাঘৰ আৰু বস্ত্ৰ বিপণন কেন্দ্ৰ“ নামেৰে এটি ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে । উক্ত প্ৰতিষ্ঠানটোৱে আত্ম সহায়ক গোটৰ সদস্যাসকলক পৰম উপকিত কৰিব ।
গতিকে আত্ম সহায়ক গোটৰ সকলো সদস্যাক সহায় সহযোগ কৰিবৰ বাবে এই বাৰ্তাৰ জৰিয়তে আহ্বান জনালোঁ । 🙏🏻

03/01/2026

Address

Dhakuakhana
787055

Website

Alerts

Be the first to know and let us send you an email when Parash Borah পৰশ বড়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Parash Borah পৰশ বড়া:

Shortcuts

Share

Category