SRI Nabakanta barman kachari

SRI Nabakanta barman kachari Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SRI Nabakanta barman kachari, Grocers, Joy pur balisowri, Dhemaji.

30/09/2024
আজি কণ কণ ল'ৰা ছোৱালীৰ বাবে খেল প্ৰতিযোগিতা আছিলে । সেই কাৰণে মই বহী আৰু কমল পুৰষ্কা দিছো ।
21/04/2024

আজি কণ কণ ল'ৰা ছোৱালীৰ বাবে খেল প্ৰতিযোগিতা আছিলে । সেই কাৰণে মই বহী আৰু কমল পুৰষ্কা দিছো ।

বৰ্মন কছাৰী জনগোষ্ঠীৰ গৃয়াতী সকল    আপোনালোকৰ  ভাল দৰে  বুজি লব ।  নিজৰ জাতিৰ পৰিচয় নিজেই ৰাখিব লাগিব কোনোবা আহি বেলেগৰ ...
10/03/2024

বৰ্মন কছাৰী জনগোষ্ঠীৰ গৃয়াতী সকল আপোনালোকৰ ভাল দৰে বুজি লব । নিজৰ জাতিৰ পৰিচয় নিজেই ৰাখিব লাগিব কোনোবা আহি বেলেগৰ জাতি জীয়াই নাৰাখে ।

আমাৰ সকলোৰে আহা যোৱা ৰাস্তা আগতে এটা আছিল ।কিন্ত বৰ্তমান সময়ত ৰাস্তা খন আধৰুৱাকে ভাঙিলে ।পানী মাজত আহোতে  আৰু এতিয়া আমাক...
29/02/2024

আমাৰ সকলোৰে আহা যোৱা ৰাস্তা আগতে এটা আছিল ।কিন্ত বৰ্তমান সময়ত ৰাস্তা খন আধৰুৱাকে ভাঙিলে ।পানী মাজত আহোতে আৰু এতিয়া আমাক / মোক উদ্ধাৰ কৰিবলৈ দুফালে দুখন নাওঁ । এতিয়া নিজেই মোক বা আমি কোনটো নাওঁ খনত উঠিলে । অতি শুনকালে পাৰলৈ মই / আমি উঠিব পাৰিম । নাবোলে যিকোনো এটাত উঠাৰ পাছত আকৌ পানীৰ মাজেত থাকিব নেকি উঠিলে ।উপাই পোৱা নাই কি কৰিম না যি হলেও হব পানীৰ মাজতে সাতুৰী থাকি । জীৱনৰ শেষৰ উষা লগতে শৰীৰৰ তেজ চলি থকা লৈকে। একো ভাবি পাৰ পোৱানাই কিজে মানৱ জীৱনত জম্ন ললো । তাটোকৈ জীৱ জন্তুৰ জম্ন ভগৱানে দিলেও মই আজিৰ এই জগতত অলপ হলেওঁ সুখত থাকিবলৈ পালো হয় হে মোৰ সৃষ্টি কৰ্তা আৰু এটা জম্নত জাতে মোক মানৱ জীৱন নিদিয়া ।

31/01/2024

মোৰ ছোৱালী

Address

Joy Pur Balisowri
Dhemaji

Website

Alerts

Be the first to know and let us send you an email when SRI Nabakanta barman kachari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category