ধেমাজিগ্ৰাম্য মণ্ডল OBC মৰ্চা

  • Home
  • India
  • Dhemaji
  • ধেমাজিগ্ৰাম্য মণ্ডল OBC মৰ্চা

ধেমাজিগ্ৰাম্য মণ্ডল OBC মৰ্চা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ধেমাজিগ্ৰাম্য মণ্ডল OBC মৰ্চা, Grocers, Dhemaji.

ধেমাজি গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত বেঙেনা গঢ়া ২২১ নং আৰু নৰোৱাথান ১৬২নং বুথত দ্বিতীয় আৰু তৃতীয় খন সভা।  অনান্য পিছপৰা শ্ৰ...
27/03/2026

ধেমাজি গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত বেঙেনা গঢ়া ২২১ নং আৰু নৰোৱাথান ১৬২নং বুথত দ্বিতীয় আৰু তৃতীয় খন সভা। অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় সভাপতি #মনোজ_কুমাৰ_চুতীয়া ডাঙৰীয়া, উপ সভাপতি, সাধাৰণ সম্পাদক, সম্পাদক দ্বয় উপস্থিত ত চোতাল বৈঠক অনুষ্ঠিত হয়।
সভাত উপস্থিত থাকে বুথৰ সভাপতি , পৃষ্ঠা প্ৰমুখ আৰু দলীয় কাৰ্যাকৰতা সকল।
আগন্তুক নিৰ্বাচন সম্পৰ্কে সকলো দিশতে অনুষ্ঠিত কৰা হয়।



#কলাণ_গগৈ

আজি ধেমাজি গ্ৰাম্য মণ্ডলৰ অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ  সম্পাদক  #মোকুল_মাধৱ ৰ আইতাক কেইদিনমান আগতে বৈকুণ্ঠ গামী হয়। অনা...
27/03/2026

আজি ধেমাজি গ্ৰাম্য মণ্ডলৰ অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সম্পাদক #মোকুল_মাধৱ ৰ আইতাক কেইদিনমান আগতে বৈকুণ্ঠ গামী হয়।
অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় সভাপতি #মনোজ_কুমাৰ_চুতীয়া ডাঙৰীয়া , উপ সভাপতি, সাধাৰণ সম্পাদক আৰু সম্পাদক তেখেতৰ বাস গৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।
Ranoj Pegu

আজি ধেমাজি গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত,  বেঙেনা গঢ়া ত ২২৫ নং বুথত অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় সভাপতি  #মনোজ_কুমাৰ...
27/03/2026

আজি ধেমাজি গ্ৰাম্য মণ্ডলৰ অন্তৰ্গত, বেঙেনা গঢ়া ত ২২৫ নং বুথত অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় সভাপতি #মনোজ_কুমাৰ_চুতীয়া , উপ সভাপতি ,, সাধাৰণ সম্পাদক, সম্পাদক উপস্থিতিত এখনি সভা অনুষ্ঠিত হয়।
সভাত উপস্থিত থাকে বুথৰ সভাপতি সম্পাদক, BLA 2 ,পৃষ্ঠা প্ৰমুখ,শক্তি কেন্দ্ৰ আহ্বায়ক বুথৰ মহিলা মৰ্চাৰ সভানেত্ৰী আৰু দলীয় কাৰ্যাকৰতা সকল।
আগন্তুক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কে সকলো দিশ আলোচনা কৰা হয়।
Ranoj Pegu

আজি পুৱা ১০ বজাত ১১৪ নং বুথত ধেমাজি গ্ৰাম্য মণ্ডলৰ অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় সভাপতি  #মনোজ_কুমাৰ_চুতীয়া  ডা...
21/03/2026

আজি পুৱা ১০ বজাত ১১৪ নং বুথত ধেমাজি গ্ৰাম্য মণ্ডলৰ অনান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সন্মানীয় সভাপতি #মনোজ_কুমাৰ_চুতীয়া ডাঙৰীয়া ৰ উপস্থিত আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কে এখনি কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হয় ।
সভাত উপস্থিত থাকে , মণ্ডল প্ৰভাৰী উপ: সভানেত্ৰী OBC মৰ্চাৰ , মত দাতা ।
#মনোজ_কুমাৰ_চুতীয়া

ধেমাজি গ্ৰাম্য মণ্ডলৰ অনন্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ সন্মানীয় সভাপতি " #মনোজ_কুমাৰ_চুতীয়া " ডাঙৰীয়াৰ আজি শুভ জন্মদিন।♥️♥...
01/03/2026

ধেমাজি গ্ৰাম্য মণ্ডলৰ অনন্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ সন্মানীয় সভাপতি " #মনোজ_কুমাৰ_চুতীয়া " ডাঙৰীয়াৰ আজি শুভ জন্মদিন।♥️♥️♥️ অনাগত দিনবোৰ সুখ সমৃদ্ধিৰে পৰিপূৰ্ণ হওঁক, তাৰেই কামনা কৰিছোঁ।🎈🎈🎈🎈
জন্ম দিনৰ আন্তৰিক শুভকামনা থাকিল 🎉🎉🎉🎉

নমস্কাৰ গ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজি জিলা OBC মৰ্চাৰ উদ্যোগত,ধেমাজি গ্ৰাম্য মণ্ডল আৰু কমলপুৰ গাঁৱৰ ৰাইজৰ সহযো...
30/01/2026

নমস্কাৰ গ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজি জিলা OBC মৰ্চাৰ উদ্যোগত,ধেমাজি গ্ৰাম্য মণ্ডল আৰু কমলপুৰ গাঁৱৰ ৰাইজৰ সহযোগত অহা ১ ফেব্ৰুৱাৰী দেওবাৰে উদযাপন কৰিবলৈ লোৱা হৈছে "মহাবীৰ চিলাৰায়ৰ দিৱস"।
গতিকে সকলোৰে উপস্থিতি কামনা কৰি নিমন্ত্ৰণী সেৱা আগবঢ়োৱা হ'ল।

আজি ১১৪ কমলপুৰ বুথত উপস্থিত হয় ধেমাজি জিলাৰ OBC মৰ্চাৰ সন্মানীয় সভাপতি  #কল্যাণ_গগৈ ডাঙৰীয়া গ্ৰাম্য মণ্ডলৰ OBC মৰ্চাৰ...
27/01/2026

আজি ১১৪ কমলপুৰ বুথত উপস্থিত হয় ধেমাজি জিলাৰ OBC মৰ্চাৰ সন্মানীয় সভাপতি #কল্যাণ_গগৈ ডাঙৰীয়া গ্ৰাম্য মণ্ডলৰ OBC মৰ্চাৰ সন্মানীয় সভাপতি #মনোজ_কুমাৰ_চুতীয়া ডাঙৰীয়া লগতে OBC মৰ্চাৰ জিলা তথা মণ্ডলৰ বিষয়ববীয়া সকল ।
আগন্তুক বিৰ চিলাৰায় দিৱস উদযাপন ৰ সম্পৰ্কত স্থান পৰ্য্যবেক্ষণ কৰি উক্ত অনুষ্ঠান ভাগি সুচাৰু ৰূপে পালন কৰিব পৰাকৈ সকলো দিশতে কোনো ক্ৰতি নথকাকৈ উলহ মালহেৰে পালন কৰিব পৰাকৈ দিহা পৰামৰ্শ আগবঢ়াই।
#কল্যাণ_গগৈ

#মনোজ_কুমাৰ_চুতীয়া

22/01/2026 তাৰিখে 114 নং কমলপুৰ বুথত গ্ৰাম্য মণ্ডলৰ OBC মৰ্চাৰ সভাপতি  #মনোজ_কুমাৰ_চুতীয়া  ডাঙৰীয়া ৰ নেতৃত্বত অনুষ্ঠিত...
22/01/2026

22/01/2026 তাৰিখে 114 নং কমলপুৰ বুথত গ্ৰাম্য মণ্ডলৰ OBC মৰ্চাৰ সভাপতি #মনোজ_কুমাৰ_চুতীয়া ডাঙৰীয়া ৰ নেতৃত্বত অনুষ্ঠিত হোৱা ধেমাজি গ্ৰাম্য মণ্ডলৰ OBC মৰ্চাৰ সভাখনত উপস্থিত থকা গ্ৰাম্য মণ্ডলৰ সন্মানীয় সভাপতি ডাঙৰীয়, ধেমাজি জিলাৰ OBC মৰ্চাৰ সন্মানীয় সভাপতি #কল্যাণ_গগৈ ডাঙৰীয়া, মোৰ পিতৃ তুল্য সকলোৰে মাৰ্গ দৰ্শক ধেমাজি জিলাৰ BJP‌ উপ সভাপতি তথা জিলা প্ৰভাৰী সন্মানীয় #বিপুল_দও ডাঙৰীয়া ৰ লগতে সভাত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ সকলো কায্যকৰ্তা লৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
#মনোজ_কুমাৰ_চুতীয়া

Address

Dhemaji

Website

Alerts

Be the first to know and let us send you an email when ধেমাজিগ্ৰাম্য মণ্ডল OBC মৰ্চা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category