02/05/2026
News Liveৰ এই সমীক্ষা কেনেকৈ গ্ৰহণযোগ্য হ'ব পাৰে| সমীক্ষাৰো এটা গ্ৰহণযোগ্যতা থাকিব লাগে| নিউজ চেনেল এটাই সদায় নিৰপেক্ষ ভূমিকা পালন কৰিব লাগে| নিউজৰ নামত দালালি বন্ধ হ'ব লাগে| চৰকাৰ কাৰ হয় হওক কিন্তু সমীক্ষাটো কমচেকম নিৰপেক্ষ আৰু সৰ্বসাধাৰণ ৰাইজৰ ওচৰত গ্ৰহণযোগ্য হোৱাৰ দৰকাৰ|