সপোনৰ সেই জোনাক ৰাতি

সপোনৰ সেই জোনাক ৰাতি তুমি বিহীন মই আধুৰুৱা

14/01/2023

যিদিনা মই জিলিকি উঠিম সেই দিনা অহংকাৰী আৰু ঈৰ্ষা কৰা সকল উমি উমি জ্বলিব

10/01/2023

অন্ধৰ দেশত আইনা বিক্ৰী কৰা আৰু
বিশ্বাস ঘাতকক পুনৰবাৰ বিশ্বাস কৰা,
একেই কথা ❤️🥀।

08/01/2023

তাই নজনকৈ তাইক হিয়াউজাৰি মৰমৰ কৰিছিলো! অজানিতে কোনোবা এখিনিত যেন মই মনটোক

দুখ দিছোঁ🙃

13/12/2022

তাই মোক জীৱনটোক উপভোগ কৰিবলৈও শিকাল তাই আন কোনো নহয় তাই মোৰ এজনী বন্ধু!
তাই মোক এটা সুনিশ্চিত ভৱিষ্যতৰ সপোন দেখিবলৈ ডেউকা লগাই দিলে তাই আন কোনো নহয় তাই মোৰ এজনী বন্ধু!
নিজানত বহি তাই তৰাৰ দেশৰ সাধুকথা কৈ মোক শোৱাই দিছিল তাই আন কোনেও নহয় তাই মোৰ এজনী বন্ধু !🥺❤🥀

Address

Dhubri

Website

Alerts

Be the first to know and let us send you an email when সপোনৰ সেই জোনাক ৰাতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category