Zero gravity.ecom

Zero gravity.ecom Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Zero gravity.ecom, Grocers, Golaght, Golaghat.

06/12/2023

মানুহ সুখী হ'বলৈ শিকিব লগে।যিবোৰ বস্তু আমাৰ কাৰণে আৱৰ্জনা হয়টো সেইটো কাৰোবাৰ বাবে প্ৰয়োজনীয় বস্তু ,যাক পায় আমি সুখী নহও হয়টো বহুলোকে তাক লৈ আনন্দ অনুভৱ কৰিব।মই এজন সাধাৰন পাচলি বেপাৰী আৰু মই এই নিজৰ কামৰ কথা আনৰ আগত কবলৈ লাজ নকৰো কাৰণ মই একো নকৰাকে এনেই থকা নাই আৰু কামৰ সৰু বৰ নাথাকে।পঢ়া শেষ কৰি আৰ্থাত বি,এ শেষ কৰি মই এনেই নাথাকি পাচলি বিক্ৰী কৰাতেই লাগিলো,যদিও বেপাৰী বুলি কলে সৰু মানুহ যেন অনুভৱ হলেও মই এই কামটো কৰি বহুত সুখী হৈছো।বহুতে মোক কয় ইমান বোৰ পঢ়া শুনা কৰিলি এতিয়া কিবা চাকৰী এটা কৰ ,3rd grade 4th grade কৰবাতে এপ্লাই কৰ তেতিয়া মই একো নকয় মনতে ভাবো মই এই পাচলি বিক্ৰী কৰিয়ো এজন 4th গ্ৰেডৰ চাকৰীত কে বেছি ইনকম কৰিছো।কিন্তু আমাৰ সমাজৰ মানুহ বোৰে একোকে নুবুজে সিহতক অকল চাকৰী কৰা মানুহ হে লাগে।
মই বাগান বজাৰ বোৰত প্ৰায় দেখা পাও বাগানীয়া লোক সকলে কিছুমান সাধাৰন সাধাৰণ বস্তুক লৈয়ে সুখী হৈ থাকে ,যেনে নিজৰ চাইকেল খ্ন আমাৰ সমাজত বাপেকে কিনি দিয়া মটৰ চাইকেল খ্নকো ভাল কে নাৰাখে কিন্তু বাগানীয়া লোক সকলে তেওলোকৰ চাইকেল খ্নকো সুন্দৰ কৈ ৰাখে।তেওলোকে ঘড়ী পিন্ধিও বহুত সুখ্ অনুভৱ কৰে হয়টো কাৰণ প্ৰায় লোকেই তাত মই ঘড়ী পিন্ধা দেখা পাও এনে দৰে বহু লোকে বহু ধৰনৰ সাধাৰন কিছুমান বস্তুক লৈয়ে নিজৰ জীৱনটোক ৰঙীণ কৰি তুলে ,এখাৰ কথা আছে নহয় ৰাখিব নাজানিলে জিমান পইছা দিলেও শেষ কৰি দিব থিক তেনেদৰে নিজৰ জীৱনটোক সজাৱ নাজানিলে যিমান চাকৰী টকা পইছা বস্তুৱেও সুখী কৰিব নোৱাৰে,বহু চাকৰীয়ালত কে দিন সাজিৰা কৰি খোৱা লোকে সুখত খাইছে লাগিলে নিৰামিষেই হ'ক কিন্তু এসাজ পৰিয়ালৰ সকলোটি বহি একেলগে সুখেৰে খাইছে।

31/07/2023

এখন দেশত চাৰি পাঁ‌চ টা মান ৰজা আছিল ।
সিহঁতেএদিন মাংস খাম বুলি ভাবি ছাগলী এটাকে মাৰিলে ,সিহঁতে ছাগলীটো খাবলে কাটি বাচি লোৱাৰ পিছত যেতিয়া পেটু ভাজি মাল খাবলে আৰম্ভ কৰিলে তেতিয়া সিহঁতে মাংস সলনি ঘৈণীয়েক কেইজনীৰ মাথা চোবাবলে আৰম্ভ কৰিলে ,,,,,

31/07/2023

Grey Aylet Latest Gorgeous Women Backpack, Size: Free Size (length Size : 15 In, Width Size: 12 In). Shop Backpacks at myshopprime.com

*Attractive Fancy School College Office Backpacks For Women* * *COD Available**Free and Easy Returns**:  Within 7 days o...
31/07/2023

*Attractive Fancy School College Office Backpacks For Women*

*
*COD Available*

*Free and Easy Returns**: Within 7 days of delivery. No questions asked

🆕 Avail 100% cashback on all your orders in MyShopPrime Wallet

💸 Use 5% flat off on all prepaid orders

⚡⚡ Hurry, 8 units available only

Grey Aylet Latest Gorgeous Women Backpack, Size: Free Size (length Size : 15 In, Width Size: 12 In). Shop Backpacks at myshopprime.com

31/07/2023

Attractive Fancy School College Office Backpacks For Women

Within 6-8 business days However, to find out an actual date of delivery, please enter your pin code.

Grey Aylet Latest Gorgeous Women Backpack, Size: Free Size (Length Size : 15 in, Width Size: 12 in)

31/07/2023

Hay guys I am start a simple online shopping service at golaght, and all to India so we are help me and visit my page

Address

Golaght
Golaghat

Website

Alerts

Be the first to know and let us send you an email when Zero gravity.ecom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category