What’s Going On.

What’s Going On. Myself

11/09/2023

যি অসমত নেকি ২৪ ঘন্টাৰ ভিতৰত মাত্ৰ ৪/৫ ঘন্টা বিদ্যুৎ যোগান ধৰি আছে , যি অসমত নেকি বহুতো ঘৰ বা বহুতো গাৱত বিদ্যুৎ সংযোগত ব্যৰ্থ হৈছে , যি অসমত নেকি প্ৰযোজ্য পৰিমানে বিদ্যুৎ যোগানৰ বাবে বেলেগ ৰাজ্যৰ পৰা বিদ্যুত ক্ৰয় কৰাৰ লগতে সাধাৰণ জনতাই অতিমাত্ৰা মাচুল ভৰিব লগা হৈ আছে,যি অসমৰ চন্দ্ৰযান-৩ অৱতৰণৰ সময়ত বিদ্যুতৰ অভাৱত বহুতো স্কুলত ছাত্ৰ-ছাত্ৰীয়ে চাবলৈ ব্যৰ্থ হৈছে,যি অসমৰ বেছি সংখ্যক গাওঁ অঞ্চলত ৰাস্তা-ঘাটৰ অভাৱ , হস্পিতাল গঢ় দিব পৰা নাই , উন্নত মানৰ স্কুল কলেজ গঢ় দিয়াত ব্যৰ্থ হৈছে! সেই অসমত নেকি অযথা ২০০ কৌটি টকা খৰচ কৰি নৰেন্দ্ৰ মোদিৰ প্ৰতিমূৰ্তি উৎঘাঠণৰ পৰিকল্পনা কৰি আছে !
কি দৰকাৰ?
নৰেন্দ্ৰ মোদি কোন ?
দেশৰ বাবে কি কৰিলে?
যাৰ ফলত স্মৃতি হিচাপে তাৰ মূৰ্তি তৈয়াৰ কৰিব লাগে।
এয়া অসমৰ ৰাইজে হবলৈ দিব নেকি?
যদি অসমৰ ৰাইজ অন্ধভক্ত হয় তেন্তে নিশ্চয় হবলৈ দিব।

16/08/2023

क्या कानून है हमारी देश कि

एक तरफ से कहते है कि

Nasha mat karo,
Nasha se log barbad hote hai,
Log barbad honese ghar barbad hote hai,
Ghar barbad honese samaj barbad hote hai,
Samaj barbad honese ak Anchal Barbad hote hai,
Anchal se rajya
Aur Rajya se ak rastrya……
Fir Dusri Taraf se wohi Kanun Nasha ki
Dukan khaul rakhyi hai…
Kya plan Hai Desh Developt ki.
“Badhai Ho”
Avi App Bataye Desh ki Barbadi kaun Kar raha?
Dharm ki nam Rajniti Q kar raha hai? Ye to Aap achsi tara se jante…..”Gadhi Sambhal ne k liye “
Agar Aap Dharm ki nampar rajniti karna nhi sikhi is Desh me to Aap Rajniti se Haat jaiye…..
Aur vugte rahiye Anyai Abichar ki kanun Bewosta.
Ye Kanun bewosta Sarkar ki Gulam Hai kya?
Ye Kanun Bewosta Sarkar ki Dalal Hai kya?
Sarkar jo Bole Wohi Karte Aye.
Sarkar jisko bole usiko Uthate jaye.
Sarkar Jaha Bole woha Baldujhar Chalate Aye.
Kanun ne Kavi Sanbin karke Dekha Hai kya ye sahi hai ya galat? Dekte nhi. Q ki Ye sab Sarkar ki Dalal hai.
Are vai aap log kehte ho ki Ye sarkar ki Jamin Hai.
Thik Hai hum man lete hai ye Sarkar ki Jamin hai.
To Aye jara Hamara Sangbidhan me——
Sangbidhan to kehte hai ki….”Janagan hi Sarkaar hai “ or “Sarkar hi Janagan hai “
Agar dono ak hi hai To fir Janagan ki Haq Q nhi hai us Jamin par baitne ki?
Kanun ko kisne adhikar di Baldujhar Lane ki?
Are Vai Hum Varat Bashi Hai, Humko Jeene Do.
Hum Aapna Marji se chuna tha Jab Akhand Varat Di-khand ho raha tha.
Are vai Hamara Janam is vumi me huwa,
Hum v is desh ki Nagrik hu…humari upor hi Q itna jurm ?
Kya ye Baldujhar sirf Hamare liye Banaiya Gaya hai Kya?
Kya ye hamara jurm hai ki hum muslim hai?
Ak Baat sunle Hum so Rahe hai
Humko Jagaye Mat….

Kya Chal raha hai vai hamara desh mein ? Aap Bata sakte ho?
To Fir Aye sune

“NAFRAT KI HAWA CHAL RAHA HAI“

Jago Desh Bashio Jago
Aur aapna Desh ki Raksha Karo…

(Zaheer Ali Ahmed )

16/08/2023

মেকুৰীয়ে হাগি মেকুৰীয়েই ঢাকি থোৱা দেখিছেনে?
এয়াই হৈছে মাৰ্কেটিং অফ জনতা

প্ৰসংগঃ মনিপুৰ আৰু হাৰিয়ানা

11/08/2023

Shadi me Zaroor Aanaa

09/08/2023

মোৰ সংঘৰ্স মোৰ লগতেই! বেলেগৰ লগত নহয়।

Me v Me / Heart v Brain.
This is my Journey of Life.

09/08/2023

দেউতাকৰ ইতিহাস পঢ়ি বেছি জানা হৈছে!!!!

06/08/2023

“মিঞা মুছলমান”তল পৰিল
আনিলে এতিয়া “পমুৱা মুছলমান”।
মুছলমানক উদ্দেশ্য কৰি মূখ্যমন্ত্ৰীয়ে যি ইতিহাস পঢ়িলে, নিশ্চয় তেওৰ দেউতাই লিখা ইতিহাস!!!

06/08/2023

মই আগতেও কৈছোঁ।আজিও কও !!! ইংৰাজৰ পৰা আতা-দেউতাই কৰা স্বাধীন দেশখনত জন্ম লৈ সুস্থ-মগজেৰে একবাৰ ভাৱকচোন আপুনি স্বাধীন হয়নে? যদি হয় বুলি ভাবে, তেন্তে

বিভিন্ন ফালেদি আপুনি শোষিত হৈ আছে কিয়?
সৰ্বাধিক অধিকাৰৰ পৰা আপুনি বঞ্চিত হৈ আছে কিয়?
সকলো ক্ষেত্ৰতে আপুনি লাঞ্চিত হৈ আছে কিয়?
অমানৱীয় অত্যাচাৰ সহ্য কৰি আছে কিয়?

আজি ছাওক -
২৫ টকাৰ চাউল ৫০ টকাৰে কিনিব লাগে।
১০০ টকাৰ তেল ২০০ টকাৰে কিনিব লাগে।
৬০ টকাৰ পেট্ৰোল ১০০ টকাৰে কিনিব লাগে।
১০০ টকাৰ ঔষধ ১৫০/২০০ টকাৰে কিনিব লাগে।
৪ টকাৰ নিমখ আজি ১২ টকা হৈ গ’ল।
বিদ্ধুৎ বিল আজি কিমান দিব লাগে
ৰাজহুৱা মাধ্যমবোৰ আজি ব্যক্তিগত খণ্ডত বিক্ৰী কৰি আছে।
ৰোগী এটাক হস্পিতাল লৈ যাওতে ৰাস্তাত পৰিব ২/৩ টা টোলগেট। আদি বিভিন্ন ক্ষেত্ৰত বস্তু-বাহিনীৰ দাম দ্বীগুণ ভাবে বৃদ্ধি পাইছে।
ইয়াৰ কাৰণ আপুনি নিশ্চিত ভাবে জ্ঞাত।কাৰণ সকলো ক্ষেত্ৰতে চৰকাৰে আমাৰ পৰা ১২% , ১৮% কৰ লৈ আছে।
বিভিন্ন ফালেদি শোষিত হৈ আজি আপুনি স্বাধীন বুলি কি হিচাপে ভাবি আছে!!! আমাৰ স্বাধীন হোৱাৰ প্ৰয়োজন আছেনা নাই?
যদি আছে তেন্তে সকলো ধৰ্ম, বৰ্ন নিৰ্বিশেষে একগোট হোৱাৰ দৰকাৰ প্ৰথমে । পিছত ইংৰাজৰ বীজ বৰ্জন কৰক। ধন্যবাদ।

ZAHEER ALI AHMED

জয়জয়তে সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব-      আজি ০৫-০৮-২০২৩ ইং তাৰিখত তামুলপুৰৰ প্ৰায়াত লেহেৰাম বড়োৰ বাকৰিস্থলিত সদৌ বি.টি...
05/08/2023

জয়জয়তে সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব-
আজি ০৫-০৮-২০২৩ ইং তাৰিখত তামুলপুৰৰ প্ৰায়াত লেহেৰাম বড়োৰ বাকৰিস্থলিত সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশাল গণ অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী লোৱা হয়।য’ত উপস্থিত থাকে বাক্সা জিলাৰ বিভিন্ন দলসংগঠণৰ সভাপতি/সম্পাদকৰ লগতে উপস্থিত থাকে ABMSU ৰ প্ৰতিষ্ঠাপক তথা UPPL দল ত্যাগ কৰা দলৰ উপসভাপতি মইনুল হক ছাহাব।
এই কাৰ্য্যসূচীত হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত তলত দিয়া অধিকাৰ সমূহৰ দাবীৰে আজিৰ ধৰ্না কাৰ্য্যসূচী সাফল্যমণ্ডিত কৰা হয়।
১। এন. কে. দৰংগাত প্ৰেৰণ কৰা অসংবিধানিক উচ্ছেদৰ জাননী বাতিল কৰা হওক।
২। ২০০৩ চনৰ বিটিচি চুক্তি অনুযায়ী ভূমিপট্টাহীন সৰ্বসাধাৰণ ৰাইজক ভূমিৰ পট্টা দিয়া হওক।
৩। আমি ভূমিপুত্ৰ আমাক বাসস্থানৰ পৰা নচ্ছাদ কৰাৰ চেষ্টা নকৰিব।
ইয়াৰ লগতে চৰকাৰক প্ৰত্যাহ্বান জনাও যে বৃটিছৰ দৰে শোষণ কৰা বন্ধ কৰক।এতিয়া সময় আহিছে আমি হিন্দু, মুছলিম, জৈন,শিখ , খৃীষ্টান, আদি সকলো ধৰ্মালম্বিৰ জনগণ একত্ৰিত হোৱাৰ।কাৰণ, শোষণকাৰী বৃটিচক আমি যিদৰে বিদায় দিছিলো আমাৰ ভাৰত বৰ্ষৰ পৰা।ঠিক তেনেই প্ৰচেষ্টা লোৱা দৰকাৰ। অন্যথা তাৰ ফল কি হ’ব পাৰে সেয়া আমাৰ দৃষ্টিগোচৰ।
✊🏻ABMSU ZINDABAD ✊🏻
✊🏻ABMSU ZINDABAD ✊🏻

Hum kisise Dosti nhi karte hai,  Q ki Hum Dosti Nibhate Hai.
04/08/2023

Hum kisise Dosti nhi karte hai,
Q ki Hum Dosti Nibhate Hai.

Address

Vill/PO: Deosunga, District: Baksa BTR
Goreswar
781364

Website

Alerts

Be the first to know and let us send you an email when What’s Going On. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category