Deepa kolita

Deepa kolita Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Deepa kolita, Grocers, Guwahati.

04/05/2024

ৰঙালী বিহুৰ ওলগ জনাইছোঁ
প্ৰতিযোগী নং:-৪৬
নাম- জাকিৰ খান
নগাঁও,অসম
পিন- ৭৮২১২২

নমস্কাৰ 🙏
প্রিয় সতীৰ্থ সকল
ৰঙালী বিহুৰ উপলক্ষে বৰলুইতৰ ইপাৰ সিপাৰ ফেচবুক পেজটিৰ তৰফৰ পৰা এখনি ফটো প্ৰতিযোগিতা আয়োজন কৰিব লৈছোঁ।
সেয়ে আপোনাৰ এখন উন্নত মানদণ্ডৰ ফটো আমালৈ প্ৰেৰণ কৰক।
whatsapp number
7577892348 , 7002869831,
9577685601 , 9954431685
প্ৰতিযোগিতাৰ নিয়মাৱলী সমুহ
১)প্ৰতিযোগীয়ে "বৰলুইত ইপাৰ সিপাৰ পেজটো follow কৰিব লাগিব ।
২)ফটোখন সম্পুৰ্ন অসমীয়া সাজ পাৰ পৰিধান কৰা হব লাগিব।লগতে বিহু নৃত্য প্ৰতিযোগী সকলেও সম্পূৰ্ণ অসমীয়া সাজ পাৰ পৰিধান কৰা হব ।
৩)লাইক ,কমেন্ট আৰু শ্বেয়াৰ ওপৰত ভিত্তি কৰি তিনি গৰাকীকৈ (৩) প্ৰতিযোগীক নিৰ্বাচিত কৰা হব।
৪)এটা লাইকত ১ পইন্ট ,এটা কমেন্টত ৩ পইন্ট আৰু এটা শ্বেয়াৰত ৫ পইণ্টকৈ ধৰা হব। ফেক আইডি সমুহৰ লাইক কমেন্ট গ্ৰহণ কৰা নহব।
৫)ছেল্ফী গ্ৰহণ কৰা নহব।
৬)এজন ব্যক্তিয়ে এবাৰেই কমেন্ট কৰিব পাৰিব।
৭) এজন প্ৰতিযোগীয়ে কেৱল এটা বিষয়ত অংশ গ্ৰহণ কৰা লগতে নিজৰ বা শিশুৰ কেৱল এজনৰহে পোষ্ট কৰিব পাৰিব ।
৮)অধিক লাইক কমেন্টৰ বাবে নিজৰ নিজৰ বন্ধু বান্ধবী সকলক পেজটোলৈ নিমন্ত্রণ জনাবলৈ অনুৰুধ জনালোঁ।
৯)ফটো জমাৰ তাৰিখ ১৩।৪।২৪পৰা ২০|৪|২৪লৈ ।
(প্রতিযোগিতা খন ১৩।০৪।২৪তাৰিখৰ পৰা ০৫।০৫।২৪ তাৰিখলৈ চলি থাকিব )
১০) প্ৰতিযোগিতাৰ ফলাফল অহা ০৭|৫|২৪তাৰিখে ঘোষণা কৰা হব।
১১)ফটোখন লগত চমুকৈ আপোনাৰ নাম আৰু ঠিকনা লিখি দিব লাগিব।
১২)ফটোখন গ্রহণ যোগ্য হলেহে প্ৰতিযোগিতাত দিয়া হব ।গ্রহণ যোগ্য নহলে দিয়া নহয়।
১৩)প্ৰতিযোগী গৰাকীয়ে পেজটো follow কৰাটো বাঞ্চনীয়।
১৪)বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰ,বঁটা লগতে নগদ ধনৰ টোপোলা প্ৰদান কৰা হব।
১৫)এই পুৰস্কাৰ সমূহ সতীৰ্থ সন্মিলনত প্ৰদান কৰা হব ।
https://www.facebook.com/profile.php?id=100063901937944&mibextid=ZbWKwL

লগতে এই পোষ্টতো নিজৰ নিজৰ টাইমলাইনত নিয়মাৱলী সমুহ কপি কৰি ফটোখন সৈতে পোষ্ট কৰিবলৈ অনুৰুধ জনালো।
ধন্যবাদ
(বৰলুইতৰ ইপাৰ সিপাৰ পেজ )

26/09/2023

*Dergaon ডায়েৰী*
নং : 644
নাম: Jakir Khan
ঠিকনা : Nogaon
দূৰ্গা পূজাৰ উপলক্ষে সদৌ অসম ভিক্তিত এখন ফটো প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷
আমাৰ নম্বৰ :7002240041
আপোনাৰ ফটো কপি আমাৰ নম্বাৰত পঠাব পাৰিব৷
ঘৰতে থাকি আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক ৷
*প্ৰতিযোগিতাৰ নিয়ম*
১)আমাৰ Dergaon ডায়েৰী পেজখন Follow আৰু Like কৰিব লাগিব ৷
তাৰ পৰা পাব =৫ টা ভোট লিংক 👇🏻
https://www.facebook.com/profile.php?id=100063728319580&mibextid=ZbWKwL

🏆---------------
*উপহাৰ* : ১/ প্ৰথম পুৰস্কাৰ : 2000 টকা আৰু এখন মানপত্ৰ
২/ দ্বিতীয় পুৰস্কাৰ ১০০০ টকা ,এখন মানপত্ৰ
৩/ তৃতীয় পুৰস্কাৰ ৫০০ টকা ,
এখন মানপত্ৰ

(বিজয়ী তিনিগৰাকীৰ কিবা প্ৰতিভা থাকিলে আমাৰ পেজৰ জড়িয়তে প্ৰচাৰ কৰাৰ সুবিধা পাব )
-----------
_______
২) *ফটো খনত*
১ টা like ২ টা ভোট ।
১ টা share ৩ টা ভোট
___________
৩/ সাজযোৰ মাৰ্জিত হ’ব লাগিব ।
৪/ ফটো খন উন্নত মানদণ্ডৰ হব লাগিব।
৫/ফটো খনৰ লগত নিজৰ নাম আৰু ঠিকনা লিখি পঠাব লাগিব ৷
৬/ চেলফি গ্ৰহণ যোগ্য নহয় ।
৭/ ফটো পঠিওয়াৰ সময় ৮ জুলাইৰ পৰা ১০ অক্টোবৰ লৈকে ৷
৮/ ভোট আৰু বিচাৰকৰ ৫০+৫০ % জৰিয়তে বিজয়ী ঘোষণা কৰা হব ।
লগতে
বিচাৰকৰ সিদ্ধান্তই অন্তিম সিদ্ধান্ত।
ধন্যবাদ

https://m.facebook.com/story.php?story_fbid=758387132965886&id=100063838179408&mibextid=9R9pXO
04/09/2023

https://m.facebook.com/story.php?story_fbid=758387132965886&id=100063838179408&mibextid=9R9pXO

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ সোঁৱৰণি
#ফটো প্ৰতিযোগিতা # ২০২৩

#নিয়মাৱলী #

১/ ফটো বা চেলফি দিব পাৰিব৷ গ্ৰুপ ফটো নহব৷

২/ ফটোত Share, like আৰু comment ৰ ওপৰত ভিত্তি কৰি 1st, 2nd, 3rd Prize ৰ গৰাকী নিৰ্বাচন কৰা হ'ব।

৩/ Somonay News পেইজটি শ্বেয়াৰ কৰিব লাগিব৷

৪/ ৫ ছেপ্তেম্বৰ পৱিত্ৰ শিক্ষক দিৱসৰ দিনা বিজেতাৰ নাম ঘোষণা কৰা হ'ব ৷

৫/ Page টি Follow কৰিব লাগিব৷

৬/ বিজেতাৰ নাম ঘোষণাৰ তিনিদিনৰ ভিতৰতে পুৰস্কাৰ সমুহ নিজ বাসভৱনত দিয়া হব৷

৭/ পুৰস্কাৰত থাকিব এখন গামোচা,মানপত্ৰ আৰু গ্ৰন্থ৷

8876310103 নং ৱাটছৱাপত ফটো পঠিয়াব৷ ফোন কৰিব নোৱাৰিব৷

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Deepa kolita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category