04/09/2026
কৃষ্ণ বিনে আন গতি নাই। মোৰ কণ্ঠত এটি ভক্তিৰ প্ৰয়াস।
ভুল-ত্ৰুটি মাৰ্জনা কৰিব 🙏 জয় শ্ৰী কৃষ্ণ
মোৰ সুৰত, মোৰ নৃত্যত কেৱল তুমি হে কানহা 🙏
হৃদয়ৰ পৰা গোৱা এটি কৃষ্ণ ভজন... জয় শ্ৰীকৃষ্ণ! 💙🦚
#চোৱাচোৱাশ্ৰীকৃষ্ণৰমাঠাৰমৌৰাপাখি