News NE

News NE Hena afrin

06/01/2026
31/12/2025

২৬ৰ নিৰ্বাচনত বিজেপিক তচনচ কৰিবলৈ টঙালি বান্ধিছে কংগ্ৰেছে # # # #২৬ৰ নিৰ্বাচনত বিজেপিক তচনচ কৰিবলৈ টঙালি বান্ধিছে কংগ্ৰেছে

06/12/2025

বিধৱা মহিলাৰে সৈতে অসংযত কাম কৰি থকা অৱস্থাত উদ্ধাৰ বিজেপি নেতাক

এইবাৰ বিজেপি নেতাই নাক কাটিলে বিজেপিৰ

18/11/2025

মক্কাৰ পৰা মদীনালৈ গৈ থাকোতেই ভয়ংকৰ ঘটনা

চৌদি আৰৱত জীৱন্তে অগ্নিদগ্ধ ৪২গৰাকী ভাৰতীয়
Prime Time 24

14/11/2025

ধিঙত খিলঞ্জীয়াৰ ভূমি বেদখল কৰি বেদখলকাৰী মিঞাৰ হুংকাৰ

হাতে হাতে দা, যাঠি লাখুটি লৈ অসমীয়াক আক্ৰমণ কৰিবলৈ লোৱা ভয়ংকৰ দৃশ্য বন্দী কেমেৰাত

#

12/11/2025

বিহাৰত ইভিএম মেচিনত চুৰি হৈছে ভোট।

বিজেপিৰ মানুহে বৰ্ড চুৰি কৰিছে!

11/11/2025

ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত এখন গাড়ীত বিস্ফোৰণৰ সন্দৰ্ভত তাৰ পিছত তিনিৰ পৰা চাৰিখন বাহনতো জুই লাগি ক্ষতিসাধন হয়।

07/11/2025

'ভোট চোৰ' শ্ল'গান দি বিহাৰত বিজেপিৰ প্ৰাৰ্থীক খেদা জনতাৰ।

07/11/2025

🔴"MLA হোৱা MLAৰ দৰে থাক,বাপেৰৰ নাম নলবি"

🔴ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে সৰৱ এজন যুৱক‌‌‌

ৰাস্তাৰ কথা সোধাৰ‌ বাবে এজন যুৱকক বিধায়ক গৰাকীয়ে অভব্য আচৰণ কৰাৰ অভিযোগ

06/11/2025

অসমৰ মুখ্যমন্ত্ৰীয়ে অসম খনত হিন্দু-মুছলমানৰ সংঘাত কৰিব বিচাৰিছে।

Address

Jamuna Gaon
Hojai
782445

Website

Alerts

Be the first to know and let us send you an email when News NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News NE:

Share

Category