F A vlogs

F A vlogs This page is all about social media and vlogs

15/12/2024

সদৰ গাঁওৰ জেষ্ঠ মূৰব্বী আব্দুল নূৰ( ডিলাৰ ) চাহাব আৰু আমাৰ মাজত নাই । ইন্না লিল্লাহি অইন্না ইলাইহি ৰাজিউন । 10:30 বজাত জানাজাৰ নামাজ আদায় কৰা হ'ব ।

শোক বাৰ্তা ;ইন্না লিল্লাহি অ ইন্না ইলাইহি ৰাজিউন । হাজী আনফৰ আলী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মছদ্দছ লস্কৰ ছাৰৰ দ্বিতীয় পু...
15/12/2024

শোক বাৰ্তা ;
ইন্না লিল্লাহি অ ইন্না ইলাইহি ৰাজিউন । হাজী আনফৰ আলী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মছদ্দছ লস্কৰ ছাৰৰ দ্বিতীয় পুত্ৰ ইমদাদ উল লস্কৰ (বাবু) আজি ৰাতিপুৱা ৭: ৩০ বজাত হোজাই হাম চিকিৎসালয়ত ইন্তেকাল হয়। আল্লাহ পাকে তেখেতৰ ৰুহৰ মাগফিৰাত দান কৰক।

শুভ সংবাদ শুভ সংবাদ,সদৰ গাওঁ একাডেমীত নাম ভৰ্তি কৰণ চলি আছে । আসনৰ সংখ্যা সীমিত । নতুন শিক্ষা নীতিৰ লগতে ইছলামীক শিক্ষা ...
08/12/2024

শুভ সংবাদ শুভ সংবাদ,সদৰ গাওঁ একাডেমীত নাম ভৰ্তি কৰণ চলি আছে । আসনৰ সংখ্যা সীমিত । নতুন শিক্ষা নীতিৰ লগতে ইছলামীক শিক্ষা ও দিয়া হয় । নিম্নতম মাছুল । যান বাহনৰ ব্যৱস্থা আছে ।

সকলো অভিভাৱকলৈ অনুৰোধ জনাও যে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা সন্মুখত ৰাখি, পঢ়া-শুনা, খোৱাবোৱা, স্বাস্থ্য আদিৰ ওপৰত চকু ...
25/11/2024

সকলো অভিভাৱকলৈ অনুৰোধ জনাও যে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা সন্মুখত ৰাখি, পঢ়া-শুনা, খোৱাবোৱা, স্বাস্থ্য আদিৰ ওপৰত চকু দিয়ে যেন । লগতে অযথা গুৰাফিৰা, মোবাইল ব্যৱহাৰৰ পৰা ছাত্ৰ ছাত্ৰীক আতৰত ৰাখিবলৈ অনুৰোধ জনালোঁ । সময়ক সৎ ব্যৱহাৰ কৰিলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল হ'ব ।শেষত সকলো মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীলৈ শুভ কামনা জনালো । ধন্যবাদ

সম্বৰ্ধনা অনুষ্ঠান।২০২৩-২৪ শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থী লৈ সদৰগাঁও একাডেমিৰ পৰা...
06/07/2024

সম্বৰ্ধনা অনুষ্ঠান।
২০২৩-২৪ শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থী লৈ সদৰগাঁও একাডেমিৰ পৰা বিশেষ "সম্বৰ্ধনা অনুষ্ঠান "

উক্ত সম্বৰ্ধনা অনুষ্ঠানত সকলোৰে উপস্থিতি ও দিহা পৰামৰ্শ কামনা কৰিলোঁ। অনাগত দিনত যাতে আৰু ভাল ফলাফল কঢ়িয়াই আনি গাঁওৰ শিক্ষাৰ মানদণ্ড আৰু উন্নত কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে ওচৰত দোৱাৰ আবেদন জনালোঁ ।

Address

Sadargaon
Hojai
782445

Website

Alerts

Be the first to know and let us send you an email when F A vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category