Ain ater official

Ain ater official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ain ater official, Grocers, Laimekuri, Jonai.

আজি ইং ০৯/১০/২০২৪ তাৰিখে TMPK MMK TMMK টাক গিটুং বাতাগ সমিতিৰ উদ্যোগত, কণ কণ শিশুসকলৰ মাজত মানসিক আৰু শাৰীৰিক বিকাশৰ উদ্...
09/10/2024

আজি ইং ০৯/১০/২০২৪ তাৰিখে TMPK MMK TMMK টাক গিটুং বাতাগ সমিতিৰ উদ্যোগত, কণ কণ শিশুসকলৰ মাজত মানসিক আৰু শাৰীৰিক বিকাশৰ উদ্দেশ্য টাক গিটুং খেল সমাৰোহ অনুষ্ঠিত হৈছে ।
লগতে উপস্থিত থাকে TMPK জনাই জিলা সমিতি শিক্ষা সম্পাদক শ্ৰী কেমৰাজ লাগাছু আৰু লাইমেকুৰী আঞ্চলিক সমিতি সদস্য সমূহ ধন্যবাদ।
Muhim Pao Sabow
Jan Doley
Mibang Pegu
Rajkumar Morang
Mulakanta Pegu
Bhubon Pegu
Mg Monmohan Doley
Sobon Doley
Ashini Patir

10/09/2024

জাগৰ জাগৰণ জগৰ ভাই জোনাই

আজি ১২/০৮/২০২৪ তাৰিখে লাইমেকুৰী আঞ্চলিক অন্তৰ্গত   ৰেচকেম গাওঁৰ আৰু MMK লাইমেকুৰী আঞ্চলিক সমিতিৰ শ্ৰী প্ৰাঞ্জল ৰেগনৰ জীয়...
12/08/2024

আজি ১২/০৮/২০২৪ তাৰিখে লাইমেকুৰী আঞ্চলিক অন্তৰ্গত ৰেচকেম গাওঁৰ আৰু MMK লাইমেকুৰী আঞ্চলিক সমিতিৰ শ্ৰী প্ৰাঞ্জল ৰেগনৰ জীয়েক শ্ৰীমতী পূজা ৰেগনে টাইকোৱানডু ৰাজ্যিক পৰ্যায়ত বিজেতা লাভ কৰে। আৰু এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ গৈ আছে। লগতে TMPK MMK লাইমেকুৰী আঞ্চলিক সমিতি তৰপৰ পৰা সম্বৰ্ধনা জনোৱা হয় ,আৰু ভাল দৰে জিকি আহিবৰ বাবে তেখেতলৈ দুৱাকাৰ বক্তব্য প্ৰকাশ দিয়ো। মোৰ পালৰ পৰা ( Best of luck)

18/07/2024

আজি গাঁওৰ লগত
18/07/2024

আজি গাঁওৰ লগত

আজি আমাৰ লাইমেকুৰী অঞ্চলিকগত TMPK তিলক দলে ডাঙৰীয়াই উপস্থিত থাকি বানপানী যথেষ্ট হয় থকা গাওঁকিনি চাবলৈ আহে। আৰু বিশেষকৈ ...
07/07/2024

আজি আমাৰ লাইমেকুৰী অঞ্চলিকগত TMPK তিলক দলে ডাঙৰীয়াই উপস্থিত থাকি বানপানী যথেষ্ট হয় থকা গাওঁকিনি চাবলৈ আহে। আৰু বিশেষকৈ চৰাইবাৰি পৰা তেলীজান যোৱা ৰাস্তাখন চাবলৈ আহে, আৰু এই ৰাস্তাটো আমাৰ TMPK বনোৱা ৰাস্তা। যিহেতু গাওঁৰ মানুহে যাব নোৱাৰা হৈছিল।
লগতে উপস্থিত থাকে TMPK প্ৰচাৰ সম্পাদক চন্ধন টায়ে ,TMPK সমিতিৰ মূহিম পাও আৰু লাইমেকুৰী TMPK MMK TMPK Jonai Dist committee

06/07/2024

আজি আমাৰ গাওঁত।

Mising Autonomous council ৰ সমষ্টি সংহতি গোটোৰ সভা ১নং লালি , ৫নং অৱাং জোনাই ৬নং সানজাৰি
25/05/2024

Mising Autonomous council ৰ সমষ্টি সংহতি গোটোৰ সভা ১নং লালি , ৫নং অৱাং জোনাই ৬নং সানজাৰি

আজি ইং ২২/০৪/০২৪ তাৰিখে TMPK লাইমেকুৰী আঞ্চলিক সমিতিয়ে  জিলা সমিতি নিৰ্দেশ মৰ্মে ধৰিএী দিৱসটিৰ গছ ৰোপন কৰোঁ। লগতে আদৰ্শ ...
22/04/2024

আজি ইং ২২/০৪/০২৪ তাৰিখে TMPK লাইমেকুৰী আঞ্চলিক সমিতিয়ে জিলা সমিতি নিৰ্দেশ মৰ্মে ধৰিএী দিৱসটিৰ গছ ৰোপন কৰোঁ। লগতে আদৰ্শ বিদ্যালয়টো গছ ৰোপন কৰোঁ।

25/08/2023

আজি মই নাৰী অৰুণাচলত আছোঁ।
Ain ater official

Address

Laimekuri
Jonai

Website

Alerts

Be the first to know and let us send you an email when Ain ater official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category