Taye Vlogs

Taye Vlogs vlogging

01/06/2025

হেজাৰ ফুলা দেখি আজি মোৰ বেজাৰ লগা নাই।

20/01/2025

ৰঙানদী টায়ে অপৃন কেবাংৰ প্ৰীতিভূজখনি পমুৱা খাবুলীঘাটতৰ পাৰত বৰ সুন্দৰকৈ অনুষ্টিত কৰে আয়োজক সমিতিয়ে। উক্ত প্ৰীতিভূজ তলিত উপষ্ঠিত তাকে TTOKৰ সভাপতি, সম্পাদ আৰু কেন্দ্ৰীয় সমিটিৰ মূখ্য উপদেষ্টা লগতে TTOKৰ চতুৰ্থ ত্ৰী-বাৰ্ষিশক জ'নাই সাধাৰন অধিবেসনৰ আদৰনী সমিতিৰ সভাপতি, সম্পাক সকলে উপষ্টিত থাকে।

13/01/2025
09/01/2025

উৰম ৺মুলাই টায়েৰ নাতি-পুতি সকলৰ প্ৰিতিভুজ এখনি মুক্তিয়াৰ গাওঁত ০৭/০১/২০২৫ তাৰিখে অনুষ্টিত হৈ যায়।

25/10/2024

মানুহে নাজানে কাৰ কেতিয়া কি সময় আহে। ঠিক তেনেদৰে মইয়ো নেজানো, মোৰ সুখৰ সময় কেতিয়া আহিব। সেই সুখৰ দিনলৈ আশাৰে বাট চাই আছো এই অৰণ্যৰ মজত পাহাৰিয়া মেটুনবোৰৰ লগত। অকলে নিৰৱে।

22/10/2024

Tayungআৰু Tayeৰ পূৰ্ববসতিৰ স্থান বিছাৰি অৰুণাচলৰ JANBOত এদিন। আমাৰ অৰুণাচলৰ আদি সকলে আমাৰ বিষয়ে কি কয়। তাকে মোৰ বন্দু-বান্দবীক জনাবৰ বাবে সেই POSTটো দিয়া হল।

18/08/2024

অৰুনাচল টুটিংত।

Address

Chekai Village
Jonai
787060

Website

Alerts

Be the first to know and let us send you an email when Taye Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share