শ্ৰীভূমি Sri Bhumi, কৃষকৰ নিজা দোকান

  • Home
  • India
  • Jorhat
  • শ্ৰীভূমি Sri Bhumi, কৃষকৰ নিজা দোকান

শ্ৰীভূমি Sri Bhumi, কৃষকৰ নিজা দোকান Agricultural Product, foods, craft, clothes, seeds, Nursery product etc

অসুখ হোৱাৰ পিছত ডাক্তৰে পৰামৰ্শ দিলেহে খোৱাতকৈ আগতিয়াকৈ আমাৰ দৈনিক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰাৰ সময় হৈছে৷আমি এই খেতি ক...
19/06/2026

অসুখ হোৱাৰ পিছত ডাক্তৰে পৰামৰ্শ দিলেহে খোৱাতকৈ আগতিয়াকৈ আমাৰ দৈনিক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰাৰ সময় হৈছে৷

আমি এই খেতি কৰাত কৃষকক সহায় কৰোঁ, কৃষকৰ পৰা উৎপাদিত সামগ্ৰী ক্ৰয় কৰোঁ৷ বিক্ৰেতাই আমাৰ পৰা পাইকাৰী দৰত ক্ৰয় কৰিব পাৰিব৷

ৰঞ্জিত চাব ১ আৰু ৰঞ্জিত ধানৰ বীজ সীমিত। পৰিমানত উপলব্ধ৷ কৃষক সকলে যোগাযোগ কৰিব পাৰে৷ 7002206268 এই নম্বৰত৷
25/05/2026

ৰঞ্জিত চাব ১ আৰু ৰঞ্জিত ধানৰ বীজ সীমিত। পৰিমানত উপলব্ধ৷ কৃষক সকলে যোগাযোগ কৰিব পাৰে৷ 7002206268 এই নম্বৰত৷

19/05/2026

অনিবাৰ্য কাৰণত শ্ৰীভূমি বৰ্তমান স্থানৰ পৰা এলেংমৰালৈ স্থানান্তৰ কৰা হৈছে৷ সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ৷

Address

AT Road, Katakipukhuri, Near ISBT
Jorhat
785001

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7pm
Wednesday 9am - 7pm
Thursday 9am - 7pm
Friday 9am - 7pm
Saturday 9am - 7pm

Alerts

Be the first to know and let us send you an email when শ্ৰীভূমি Sri Bhumi, কৃষকৰ নিজা দোকান posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category