পৰ্ব্বতঝোৰা জিলা সমিতি আমছু

  • Home
  • India
  • Kokrajhar
  • পৰ্ব্বতঝোৰা জিলা সমিতি আমছু

পৰ্ব্বতঝোৰা জিলা সমিতি আমছু Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from পৰ্ব্বতঝোৰা জিলা সমিতি আমছু, Grocers, debitola, Kokrajhar.

24/08/2025

বিলাসীপাৰাত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে মাননীয় আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ৰ নেতৃত্বত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন( আমছুৰ) বিলাসীপাৰা জিলা আমছুৰ প্ৰতিবাদ।

14/08/2025

বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত চৰুয়াবাখৰা আৰু চিৰাকুটা উচ্ছেদিত সকলোক পুনঃ সংস্থাপন দিয়াৰ বাবে #আমছুৰ_গন_বিক্ষোপ_আনন্দোলনৰ_প্ৰতিবাদ
#ৰেজাউল_কৰিম_জিন্দাবাদ
#আমছু_জিন্দাবাদ✊️✊️

12/07/2025

# #ধন্যবাদ সূচক বাৰ্তা:-

সন্মানীয় সংগ্ৰামী সতীৰ্থ বন্ধু সকল লগতে মৰমৰ ৰাইজ , ইয়াৰ দ্বাৰাই আপোনালোকক অতি সুখেৰে জনাব বিচাৰিছোঁ যে আজি ইংৰাজী ১২/০৭/২০২৫ তাৰিখে সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন (আমছু)ৰ বিলাসীপাৰা প্ৰতিবাদী সমদল আয়োজন কৰা কাৰ্য্যসূচীত অসম চৰকাৰ হাজাৰ বাধা নেওচি আৰু অসম আৰক্ষীৰ দমন নীতিৰ বাহু ফালি আহি আপোনালোকে যি বিৰত্ব প্ৰদৰ্শন কৰিলে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জনালোঁ। অনাগত দিনত আপোনালোকৰ এই ধৰণৰ স্বতঃস্ফূত অংশগ্ৰহণে আমছুৰ আন্দোলন অধিক তৰাম্বীত কৰাৰ লগতে আমাকো অধিক উৎসাহিত কৰিব।

ধন্যবাদেৰে
পর্ব্বতঝোৰা জিলা সমিত আমছু
উপসভাপতি, Mohidul Islam

01/07/2025

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰ্ব্বতঝোৰা জিলা সমিতি আমছু স্মাৰক পত্ৰ প্ৰদান

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি, আজি পৰ্ব্বতঝোৰা জিলা সমিতি আমছু পৰ্ব্বতঝোৰা সমজিলা আয়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ জ্বলন্ত সমস্যা — বিশেষকৈ উচ্ছেদ আৰু উচ্ছেদিত পৰিয়ালসমূহৰ পূনঃস্থাপনৰ দাবীত এখন স্মাৰক পত্ৰ দাখিল কৰো।

আমছুৰ এই পদক্ষেপত মূল উদ্দেশ্য হ’ল — সংখ্যালঘু পৰিয়ালসমূহক ন্যায়, সুৰক্ষা আৰু সামাজিক গৌৰৱৰ লগত পুনৰ নিৰাপদভাৱে বাসগৃহত পুনঃস্থাপন কৰাৰ বাবে চৰকাৰী ব্যৱস্থা নিশ্চিত কৰা।

23/12/2024

জনপ্ৰিয় শিল্পী "নাহিদ আফ্ৰিন"

Address

Debitola
Kokrajhar
৭৮৩৩৩৯

Website

Alerts

Be the first to know and let us send you an email when পৰ্ব্বতঝোৰা জিলা সমিতি আমছু posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category