Dridha Outlet - দৃধা বিপনী, স্বাস্থ্যকৰ আৰু সুস্বাদু থলুৱা খাদ্যৰ বিপনী

  • Home
  • India
  • Mön Tawang
  • Dridha Outlet - দৃধা বিপনী, স্বাস্থ্যকৰ আৰু সুস্বাদু থলুৱা খাদ্যৰ বিপনী

Dridha Outlet - দৃধা বিপনী, স্বাস্থ্যকৰ আৰু সুস্বাদু থলুৱা খাদ্যৰ বিপনী A Farm Fresh, Hygienic food Mart of Dridha Agri and Eco Village

Special cut pork (Ham, Chops, Baby back Ribs, Tenderloin)
Duck Meat
Local Chicken,
Mutton,
Mutton Liver
Local chicken
Smoked Chicken(Traditional also)
Smoked pork(traditional also)
Mustard Oil (locally manufactured)
Ghost pepper pickle and other pickels
Green tea
Pork pickle
Mango Squash and Aam panna
Bamboo shoot
Local Egg
Organic Tea
Smoked Tea (From Patkali Hills of Arunachal Pradesh)
Honey
Fi

sh(Pre-Order Basis)
Locally manufactured spices
Various saugases
Salami, bacon and many......

Dridha Outlet

GS Rd, Khanapara, Guwahati, Assam 781022

https://g.co/kgs/UWCWP3

18/03/2022

"ৰংগে ফাগু খেলে চৈতন্য বনমালী

দুহাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰী"

সকলোৰে মন প্ৰাণ ৰং আৰু আনন্দেৰে উৰ্বৰ হোৱাৰ লগতে সম্প্ৰীতিৰ এনাজৰীৰে সকলো একগোট হৈ থকাৰ কামনাৰে ৰঙৰ উৎসৱৰ শুভেচ্ছা জনালোঁ

25/01/2022

অহা বুধবাৰে ইংৰাজী ২৬ জানুৱাৰী-২০২২ (১২ মাঘ, ১৪২৮ ভাস্কৰাব্দ) তাৰিখে গণৰাজ্য দিৱসৰ উপলক্ষে দৃধা বিপনী বন্ধ থাকিব আৰু ২৭ জানুৱাৰী-২০২২(১৩ মাঘ,১৪২৮ ভাস্কৰাব্দ)ৰ পৰা নিয়মীয়া সময় অনুযায়ী খোলা থাকিব।

ধন্যবাদেৰে
দৃধা পৰিয়াল।

Our beloved MLA Gohpur LAC Sjt Utpal Borah  paid a visit to our store along with Sjt Babul Borah, HOD Chemistry Dept. Bi...
02/12/2021

Our beloved MLA Gohpur LAC Sjt Utpal Borah paid a visit to our store along with Sjt Babul Borah, HOD Chemistry Dept. Biswanath College. Both appreciated our idea of encouraging local agricultural food products being made available to our customers of Guwahati at an affordable price.

আজিৰেপৰা দৃধা বিপনীত উপলবদ্ধ Dhekisalor Jolpan
01/12/2021

আজিৰেপৰা দৃধা বিপনীত উপলবদ্ধ Dhekisalor Jolpan

24/11/2021
অহা কালিলৈ ইংৰাজী ২৩ নৱেম্বৰ-২০২১তাৰিখে খানাপাৰৰৰ এ এ ইউ ফ্ৰেছত থকা দৃধা বিপনীত ৰাতিপুৱা ৯ বজাত সন্মানীয় কৃষি আৰু পশুপাল...
22/11/2021

অহা কালিলৈ ইংৰাজী ২৩ নৱেম্বৰ-২০২১তাৰিখে খানাপাৰৰৰ এ এ ইউ ফ্ৰেছত থকা দৃধা বিপনীত ৰাতিপুৱা ৯ বজাত সন্মানীয় কৃষি আৰু পশুপালন মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়াৰ দ্বাৰা আৰু চতিয়া সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা, অসম পশুচিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ড° বিবেকানন্দ শইকীয়া আৰু বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ভৰলীপৰীয়া কন্যকা পামৰ দ্বাৰা উৎপাদন কৰা দুগ্ধজাত সামগ্ৰী, জহা চাউল আৰু খাটি সৰিয়হৰ তেলৰ পাইকাৰী বিক্ৰী কেন্দ্ৰৰ উদ্ধোধন কৰা হ'ব।
উক্ত অনুষ্ঠানলৈ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ

Hello Guwahatian's the wait is finally over, Kanyaka Dairy will formally launch in association with AAU Fresh ( Dridha Outlet) at Khanapara, Ghy on 23/11/2021 @ 9am . The auspicious occasion will be formally inaugurated by Sjt Atul Bora অতুল বৰা , Hon'ble Agriculture and Veterinary Minister,etc Govt of Assam, Sjt Padma Hazarika , MLA Sootea, Dean College of Veterinary Science and other distinguished guest.
For any sales/sales point related query kindly contact Dridha Outlet - ph no :6026853475, 9790877622
( Authorised Distributor / Stockist).

Venue - AAU Fresh ( Dridha Outlet)
College of Veterinary college, Khanapara, Ghy -22
Time -9 am.

এতিয়াৰে পৰা দৃধা বিপনীত উপলবদ্ধ...
27/10/2021

এতিয়াৰে পৰা দৃধা বিপনীত উপলবদ্ধ...

20/10/2021

"মা-হে আমি মূঢ়মতি মা-হে নাজানো ভকতি
নাজানো মিনতি স্তুতি কি মা-হে ।
মা-হে কাতৰ বচনে মা-হে নমো শ্ৰীচৰণে
ৰাখা ৰাখা দেৱীলক্ষ্মী কি মা-হে ॥"

আই লক্ষ্মীয়ে সকলোৰে অভাৱ অনাটন দূৰ কৰক

Antibiotics and growth promoter free Broilers chickens are available. ₹ 350/ kg of dressed and washed chicken. Home deli...
04/10/2021

Antibiotics and growth promoter free Broilers chickens are available. ₹ 350/ kg of dressed and washed chicken. Home delivery for order of more than 2 kgs.
Chicken leg -piece also available @₹380/ kg.

14/08/2021

সককোলৈকে স্বাধীনতা দিৱসৰ আগতীয়া শুভেচ্ছা জনালোঁ।
অহা কালিলৈ (ইংৰাজী ১৫ আগষ্ট -২০২১)৭৫তম স্বাধীনতা দিৱস উপলক্ষ্যে দৃধা বিপনী বন্ধ থাকিব আৰু ১৬ আগষ্ট -২০২১ৰ পৰা কভিড বিধিৰ নিয়মাৱলী মানি পুৱা৮-৩০ বজাৰ পৰা খোলা থাকিব।

Address

Mön Tawang

Opening Hours

Monday 9am - 8:30pm
Tuesday 9am - 8:30pm
Wednesday 9am - 8:30pm
Thursday 9am - 8:30pm
Friday 9am - 8:30pm
Saturday 9am - 8:30pm
Sunday 9am - 8pm

Telephone

+916026853475

Alerts

Be the first to know and let us send you an email when Dridha Outlet - দৃধা বিপনী, স্বাস্থ্যকৰ আৰু সুস্বাদু থলুৱা খাদ্যৰ বিপনী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dridha Outlet - দৃধা বিপনী, স্বাস্থ্যকৰ আৰু সুস্বাদু থলুৱা খাদ্যৰ বিপনী:

Share