DHULA TIMES

DHULA TIMES ৰাইজৰ স্বাৰ্থ , আমাৰ সম্প্ৰচাৰ

Our broadcast is in the interest of the people
(1)

18/04/2026

মৰ্মিতাৰ বি*ৰু*দ্ধে এজা*হাৰ দা*খিল কৰি কি কলে বৈকুণ্ঠ প্ৰীন্সে

18/04/2026

📌 বিত*ৰ্কৰ মাজতেই জুবিন ক্ষেত্ৰত বংগ কণ্যা মৰ্মিতা

18/04/2026

হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু বালিত মুতা একে কথা.....

18/04/2026

18/04/2026

18/04/2026

“মহিলাৰ নামত ৰাজনীতিৰ না*টক কৰা ব*ন্ধ কৰক। ২০২৩ চনৰ পুৰনি মহিলা ৩৩% বিধেয়ক কিয় আজিকোপতি ব*লবৎ কৰিব নোৱাৰিলে?”

১৩১ সংখ‍্যক সংবিধান সংশোধনী বিধেয়ক,২০২৬ ৰ স*ন্দৰ্ভত সামাজিক মাধ‍্যমৰ জৰিয়তে প্ৰ*তিক্ৰি*য়া প্ৰকাশ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ।

18/04/2026

কি দেখিছিল প্ৰত্য*ক্ষদৰ্শীয়ে?

#মঙলদৈ পিপৰাদোকানত বিহু দলৰ গাড়ীত অ*ঘ*টন।পাঠশালাৰ পৰি হৰেশ্বৰ নামৰ বিহু দলটিৰ হ*ঠাৎ প্ৰায় সকলোৱে অ*চে*তন হৈ পৰে।

18/04/2026

শিৱসাগৰত গায়িকা মৰ্মিতা মিত্ৰৰ বি*ৰু*দ্ধে এজাহাৰ দা*খিল
সদৰ থানাত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই দা*খিল কৰে এ*জাহাৰ
জুবিন গাৰ্গৰ গান বি*কৃত কৰি পৰিৱেশ কৰাৰ বি*ৰু*দ্ধে এজা*হাৰ দা*খিল

🛑মৰ্মিতা মিত্ৰৰ এটাৰ পিছত এটা সংগীত অনুষ্ঠান বা*তিল👉বাকী থকা অনুষ্ঠান সমূহো বা*তিল হোৱা প্ৰয়োজন!🛑আপোনাৰ মতে সংগীত অনুষ্ঠ...
18/04/2026

🛑মৰ্মিতা মিত্ৰৰ এটাৰ পিছত এটা সংগীত অনুষ্ঠান বা*তিল

👉বাকী থকা অনুষ্ঠান সমূহো বা*তিল হোৱা প্ৰয়োজন!

🛑আপোনাৰ মতে সংগীত অনুষ্ঠান বা*তিল কৰা ভাল হৈছে নে বে*য়া হৈছে?

👉১/ ভাল হৈছে। 👉 ২/ বেয়া হৈছে

18/04/2026

জুবিন গাৰ্গৰ গীত বি*কৃ*ত কৰাৰ সন্দ*ৰ্ভত মৰ্মিতা মিত্ৰৰ প্ৰসং*গত অজয় ফুকনৰ হুং*কা*ৰ।

Address

Dhula Chowk
Mangaldai
784146

Telephone

+9613966317

Website

Alerts

Be the first to know and let us send you an email when DHULA TIMES posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category