Axom Fresh Meat Moranhat

Directions

Axom Fresh Meat Moranhat Axom Fresh Meat | Fresh Pork • Duck• Local Chicken | Sourced from Local Farmers of Assam | Moranhat

27/10/2026

🦆 হাঁহৰ মাংস কাটিং 😋 | হাঁহৰ মাংস এতিয়া উপলব্ধ!

হাঁহৰ মাংসৰ সোৱাদেই বেলেগ! ❤️
সতেজ হাঁহ, পৰিষ্কাৰকৈ কাটিং আৰু আপোনাৰ বাবে সাজু। 🔪🦆

হাঁহৰ মাংস ভালপোৱা সকলৰ বাবে — 😍

📍 অসম ফ্ৰেছ মিট, কিৰণ নগৰ, মৰাণহাট

25/10/2026

হেল্ল’ গাহৰি মাংস প্ৰেমীসকল! 🐷❤️
আপোনালোকৰ প্ৰিয় গাহৰি মাংস এতিয়া আৰু অধিক সতেজ, পৰিষ্কাৰ আৰু বিশ্বাসযোগ্যভাৱে। 😋🔥

আপোনাৰ প্ৰিয় গাহৰি মাংসৰ বাবে আহক AXOM FRESH MEATলৈ! 🥩✨

📍 কিৰণ নগৰ, মৰাণহাট
❤️ সতেজতা • পৰিষ্কাৰ-পৰিচ্ছন্নতা • বিশ্বাস

17/10/2026

🎉 কাতি বিহু আৰু দুৰ্গা পূজাৰ সোৱাদ 🪔

কাতি বিহু আৰু দুৰ্গা পূজাৰ আনন্দ ইতিমধ্যে আৰম্ভ হৈছে! ❤️

এই উৎসৱৰ বতৰত আপোনালোকৰ বাবে আমি আগবঢ়াইছোঁ গাহৰিৰ মাংস 🐖, Local কুকুৰাৰ মাংস 🐓 আৰু হাঁহৰ মাংস 🦆।

ভাল মাংস, ভাল সোৱাদ — আপোনাৰ উৎসৱৰ ভোজ আৰু অধিক বিশেষ কৰিবলৈ। 😋

📍 অসম ফ্ৰেছ মিট, কিৰণ নগৰ, মৰাণহাট

আহক, উৎসৱৰ সোৱাদ একেলগে উপভোগ কৰোঁ। ❤️

15/10/2026

🐷🦆🐔 সকলো একে ঠাইতে! Fresh Pork, Duck & Local Chicken ❤️

আপোনাৰ পছন্দৰ fresh meat এতিয়া একে ঠাইতে! 😍

🐷 Fresh Pork
🦆 Fresh Duck
🐔 Local Chicken

📍 Kiran Nagar, Moranhat
🕘 প্ৰতিদিনে পুৱা 9:30 AM – 8:00 PM

সতেজ মাংস, আপোনাৰ পছন্দৰ piece — আহক, এবাৰ visit কৰি যাওক! ❤️


14/10/2026

🥩 প্ৰতিদিনেই আপোনাৰ বাবে খোলা! ❤️

পুৱাৰ পৰা সন্ধিয়ালৈ—আপোনাৰ পছন্দৰ fresh meat এতিয়া প্ৰতিদিনেই পাব।

🐷 Pork
🐔 Local Chicken
🦆 Duck

🕘 সময়: পুৱা ৯:৩০ বজাৰ পৰা
🌙 সন্ধিয়া: ৮:০০ বজালৈ

📍 Axom Fresh Meat, Kiran Nagar, Moranhat

ভাল মাংস, পৰিষ্কাৰকৈ কটা আৰু আপোনাৰ পছন্দৰ piece — আহক, এবাৰ try কৰি চাওক! ❤️

13/10/2026

🔪 আপোনাৰ পছন্দৰ টুকুৰা, আপোনাৰ মতে কাটি দিওঁ! 🐷❤️

মাংস ল’লে টুকুৰাটোও নিজৰ পছন্দৰ হ’ব লাগে নহয়নে? 😋

কোনোবাই কোমল টুকুৰা বিচাৰে, কোনোবাই অলপ চৰ্বিযুক্ত, আকৌ কোনোবাই হাড় থকা টুকুৰা পছন্দ কৰে।
আপুনি যিদৰে বিচাৰে, তেনেকৈয়ে কাটি দিওঁ 🔪🐷

Fresh pork. Your choice. Your cut.
📍 Axom Fresh Meat, Kiran Nagar, Moranhat

13/10/2026

🐷🌶️ গাহৰি মাংসৰ আচাৰ — এবাৰ খালে আকৌ মন যাব!

ঘৰৰ জুতি, গাহৰি মাংসৰ একেবাৰে বেলেগ সোৱাদ! 😋🔥

আমাৰ Pork Pickle সৰু সৰু batch-ত বনোৱা হয় —
✨ কোনো artificial preservatives নাই
🌶️
🐷 যত্নেৰে বাছনি কৰা pork

Batch limited — শেষ হোৱাৰ আগতেই order কৰক!

📲 Order কৰিবলৈ DM / WhatsApp কৰক।

Axom Fresh Meat

12/10/2026

🦆 হাঁহৰ মাংস ভাল পোৱা মানুহ ক’ত আছা? 👀

এতিয়া আৰু দূৰলৈ বিচাৰি ফুৰিব নালাগে! 😋🔥

Axom Fresh Meat-ত এতিয়া হাঁহৰ মাংসও উপলব্ধ! 🦆❤️

গাহৰি আছিল…
Local Chicken আহিল…
আৰু এতিয়া হাঁহেও কৰিলে entry! 😍

ভাতৰ লগত গৰম গৰম হাঁহৰ মাংস…
উফ্! 🤤

📍 Kiran Nagar, Moranhat

🐷 Pork | 🐔 Local Chicken | 🦆 Duck

হাঁহৰ মাংস ল’বলৈ আহক — Axom Fresh Meat! ❤️

11/10/2026

🍖 এইবাৰ খোৱাৰ মজাটো অলপ বেলেগ হওক! ❤️

ঘৰত ভাত, লগত গৰম গৰম মাংস…
তেন্তে কথাই নাই! 😋

🐷 Fresh Pork
🐔 Local Chicken
দুয়োটাই এতিয়া পাব Axom Fresh Meat-ত।

সতেজ মাংস, নিজৰ মানুহৰ দোকান,
আৰু আপোনালোকৰ মৰমেই আমাৰ আটাইতকৈ ডাঙৰ শক্তি। ❤️

📍 Kiran Nagar, Moranhat

Axom Fresh Meat
আপোনাৰ ৰান্ধনীঘৰৰ সোৱাদৰ বাবে, আপোনাৰ ওচৰতে। 🐷🐔

10/10/2026

📢 FINALLY! LOCAL CHICKEN IS HERE! 🐓

এই দেওবাৰৰ পৰা আমাৰ দোকানত Pork ৰ লগতে 100% Local Chicken-ও উপলব্ধ হ’ব। ❤️

“Local Chicken” বুলি কৈ Sonali Chicken খাই খাই আমনি লাগিছে নেকি? 😅

তেন্তে এবাৰ Axom Fresh Meat-ৰ Local Chicken খাই চাওক।

👉 আমি 100% Local Chicken-ৰ নিশ্চয়তা দিছোঁ।

We’re happy to announce that from this Sunday onwards, Local Chicken will be available at Axom Fresh Meat! 🎉

📍 Kiran Nagar, Moranhat

Tired of eating “Sonali Chicken” in the name of “Local Chicken”? 😒

Then come and give ours a try! ❤️

✅ 100% Genuine Local Chicken
✅ No “Sonali” sold as local
✅ Freshly cut & hygienically handled

Come taste the real difference! 🐓🔥

Axom Fresh Meat — Kiran Nagar, Moranhat

Address

Kiran Nagar Helagaon
Moranhat
785670

Website

Alerts

Be the first to know and let us send you an email when Axom Fresh Meat Moranhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category

Nearby grocery stores