khai gahori

khai gahori Ethnic food Restaurant
Gahori Main
For details contact 8638665846

মৰমৰ জুবিন দাক স্মৰণ কৰি আজিৰ পৰা আমাৰ প্ৰতিষ্ঠানৰ সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । জয় জুবিন দা ❤️
28/09/2025

মৰমৰ জুবিন দাক স্মৰণ কৰি আজিৰ পৰা আমাৰ প্ৰতিষ্ঠানৰ সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । জয় জুবিন দা ❤️

আজি সোমবাৰৰ ব্যস্ততা 🐷🐷❤️❤️🐷🐷
15/09/2025

আজি সোমবাৰৰ ব্যস্ততা 🐷🐷❤️❤️🐷🐷

14/09/2025

আৰু অলপমান সময় থাকা হয় কেৰাহীৰ পৰা গাহৰি ওলাই আকৌ দৌৰ মাৰিলে হয় জঙ্ঘললৈ ভুমিকম্পৰ ভয়ত। তেতিয়া আমি কি খোৱালো হয় তাকেই ভাবি আছোঁ 🤢🤢

আজি দেওবাৰে এনেদৰেই আমাৰ সেৱা অব্যাহত আছে । আপোনালোক আহিব দেই গাহৈ খাব 😊
14/09/2025

আজি দেওবাৰে এনেদৰেই আমাৰ সেৱা অব্যাহত আছে । আপোনালোক আহিব দেই গাহৈ খাব 😊

12/09/2025

তহত আহিবি দেই 😊🐷😊

আমাৰ সেৱা অব্যাহত আছে 😊😊
12/09/2025

আমাৰ সেৱা অব্যাহত আছে 😊😊

আজিৰ সেৱাৰ বাবে আমি সাজু ।আপোনালোক সোনকালে আহক ।স্থান -মৰিগাঁও মহাবিদ্যালয়ৰ সন্মুখত 😊
11/09/2025

আজিৰ সেৱাৰ বাবে আমি সাজু ।আপোনালোক সোনকালে আহক ।
স্থান -মৰিগাঁও মহাবিদ্যালয়ৰ সন্মুখত 😊

09/09/2025

আজি নল-কচু গাহৈ আৰু আলুৰ লগত কম মছলাৰে বনোৱা গাহৈ খোৱাইছো ৰাইজক । আহিব আপোনালোক 😊
অধিক জানিবৰ বাবে 8638665846 নম্বৰত যোগাযোগ কৰক । সোনকালে আহক শেষ হৈ যাব নহ'লে 😢

Address

Morigaon
782105

Website

Alerts

Be the first to know and let us send you an email when khai gahori posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share