Namrup XI Stars Sports Academy

Namrup XI Stars Sports Academy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Namrup XI Stars Sports Academy, Grocers, B. V. F. C. L Namrup, Namrup.

Namrup XI Star প্ৰাক্তন ফুটবল খেলুৱৈ তথা নামৰূপ খেৰমীয়া গাওঁ নিবাসী মুকুতা সোণোৱালৰ মৃত্যু খবৰে  Namrup XI Star Sports ...
13/11/2024

Namrup XI Star প্ৰাক্তন ফুটবল খেলুৱৈ তথা নামৰূপ খেৰমীয়া গাওঁ নিবাসী মুকুতা সোণোৱালৰ মৃত্যু খবৰে Namrup XI Star Sports Academy পৰিয়াল প্ৰতিজন সদস্যক মমাৰ্হত কৰিলে । গতিকে তেখেতৰ মৃত্যু
ত তেখেতৰ শোক সন্তপ্ত পৰিয়ালবগলৈ সমবেদনা জ্ঞাপন কৰিলোঁ৷ ।

নামৰূপ XI ষ্টাৰ স্পৰ্টচ একাডেমী উদ্যোগত  CSA (বিঃভিঃএফঃচিঃএলঃ)ৰ সহযোগত আৰু নামৰুপ ৩ স্থানত চাহ বাগিচা বাসী ,গৰিয়াবাম বাস...
09/09/2024

নামৰূপ XI ষ্টাৰ স্পৰ্টচ একাডেমী উদ্যোগত CSA (বিঃভিঃএফঃচিঃএলঃ)ৰ সহযোগত আৰু নামৰুপ ৩ স্থানত চাহ বাগিচা বাসী ,গৰিয়াবাম বাসী, নামৰুপ বাসী ৰাইজৰ আতিৰ্থত অনুষ্ঠিত হোৱা ১ তাৰিখৰ পৰা দ্বিতীয় বাৰ্ষিক ১৩ বছৰ অনুৰ্দ্ধ ফুটবল প্ৰতিযোগিতা খনৰ ৮ চেপ্তেম্বৰ ২০২৪ তাৰিখ দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেল খেল খনৰ কিছু মহুত্বৰ ফেচবুকত হাঁচি ৰাখিলো ।

নামৰূপ XI ষ্টাৰ স্পৰ্টচ একাডেমী উদ্যোগত আৰু চিঃএছঃএঃ(বিঃভিঃএফঃচিঃএলঃ) সহযোগত নামৰূপত ৩ স্থানত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্...
02/09/2024

নামৰূপ XI ষ্টাৰ স্পৰ্টচ একাডেমী উদ্যোগত আৰু চিঃএছঃএঃ(বিঃভিঃএফঃচিঃএলঃ) সহযোগত নামৰূপত ৩ স্থানত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক ১৩ বছৰ আমন্ত্ৰণ মুলক ফুটবল প্ৰতিযোগিতা খনৰ প্ৰথম দিনা বিঃভিঃএফঃচিঃ গান্ধী ময়দানত
অনুষ্ঠিত হোৱা কিছু মহত্বৰ ।

২ আগষ্ট ২০২৪ তাৰিখে অনুষ্ঠিত হোৱা নামৰূপ XI ষ্টাৰ" স্পৰ্টচ একাডেমী  দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ৮...
08/08/2024

২ আগষ্ট ২০২৪ তাৰিখে অনুষ্ঠিত হোৱা নামৰূপ XI ষ্টাৰ" স্পৰ্টচ একাডেমী দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ৮ আগষ্ট তাৰিখে আবেলি ৫-৩০ বজাত গান্ধী ময়দানত অনুষ্ঠিত কৰা কাৰ্যসূচীৰ কিছু আলোকচিত্ৰ ।

অহা ইং ১,৩ আৰু ৮ চেপ্তেম্বৰ ২০২৪ তাৰিখৰ পৰা Namrup XI Stars Sports Academy  ৰ উদ্যোগত CSA (B.V.F.C.L)ৰ  সহযোগত  নামৰূপ ব...
24/07/2024

অহা ইং ১,৩ আৰু ৮ চেপ্তেম্বৰ ২০২৪ তাৰিখৰ পৰা Namrup XI Stars Sports Academy ৰ উদ্যোগত CSA (B.V.F.C.L)ৰ সহযোগত নামৰূপ বাসী ,দিল্লী দুৱনীয়া গাওঁবাসী ,গৰিয়াবাম গাঁওবাসী, আৰু নামৰূপ চাহ বাগিচা বাসী ৰাইজৰ আতিথ্যত ১৩ বছৰ অনুৰ্দ্ধৰ ফুটবল প্ৰতিযোগিতা দ্বিতীয় বাৰ বাবে নামৰূপৰ চাৰিটা স্থানত অনুষ্ঠিত হব ।
গতিকে নামৰূপ সকলো ক্ৰীড়া প্ৰেমী ৰাইজক উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ ।

18/07/2024

নামৰূপত অহা ইং ১ ,৩ আৰু ৮ চেপ্তেম্বৰ তাৰিখে Namrup XI Stars Sports Academy উদ্যোগত দ্বিতীয় বাৰ্ষিক ১৩ বছৰ অনুৰ্দ্ধ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হব ।

15/07/2024
২০২৪ চনৰ 5TH OIL U-11 Master League প্ৰতিযোগিতাত অংশগ্ৰহন কৰা আমাৰ একাডেমী দলটো ।
25/03/2024

২০২৪ চনৰ 5TH OIL U-11 Master League প্ৰতিযোগিতাত অংশগ্ৰহন কৰা আমাৰ একাডেমী দলটো ।

১১ ফেব্ৰুৱাৰী তাৰিখৰ পৰা টাই আহোম যুৱ পৰিষদ,অসম লংপতীয়া আঞ্চলিক উদ্যোগত আৰু লংপতীয়াবাসী ৰাইজৰ সহযোগত  অনুষ্ঠিত হৈ থকা  স...
14/03/2024

১১ ফেব্ৰুৱাৰী তাৰিখৰ পৰা টাই আহোম যুৱ পৰিষদ,অসম লংপতীয়া আঞ্চলিক উদ্যোগত আৰু লংপতীয়াবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ থকা সপ্তম বাৰ্ষিক আহোম ৰমণী নাফুকী আইদেউ সোঁৱৰণী ট্ৰফী আৰু প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত হোৱা দ্বিতীয় খন ছেমিফাইনেলত নামৰূপ XI ষ্টাৰ স্পৰ্টছ একাডেমীয়ে খেলাৰ কিছু দৃশ্য ফেচবুকতে সাচিঁ ৰাখিলো ।

একে ৰাহে দুবাৰকৈ  সন্তোষ টফি ফুটবল খেলত  অসম দলক প্ৰতিনিধিত্ব কৰা নামৰূপ গান্ধী মযয়দানৰ নিয়মীয়া খেলুৱৈ শ্ৰীযুত চিৰঞ্জীৱ ...
08/03/2024

একে ৰাহে দুবাৰকৈ সন্তোষ টফি ফুটবল খেলত অসম দলক প্ৰতিনিধিত্ব কৰা নামৰূপ গান্ধী মযয়দানৰ নিয়মীয়া খেলুৱৈ শ্ৰীযুত চিৰঞ্জীৱ গগৈক ডাঙৰীয়াক Namrup XI Stars Sports Academy তৰৰ্ফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷

১১ তাৰিখৰ পৰা টাই আহোম যুৱ পৰিষদ,অসম লংপতীয়া আঞ্চলিক উদ্যোগত আৰু লংপতীয়াবাসী ৰাইজৰ সহযোগত  অনুষ্ঠিত হৈ থকা  সপ্তম বাৰ্ষি...
01/03/2024

১১ তাৰিখৰ পৰা টাই আহোম যুৱ পৰিষদ,অসম লংপতীয়া আঞ্চলিক উদ্যোগত আৰু লংপতীয়াবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ থকা সপ্তম বাৰ্ষিক আহোম ৰমণী নাফুকী আইদেউ সোঁৱৰণী ট্ৰফী আৰু প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত হোৱা কোৱাটাৰ ফাইনেলত Bhatilongpoti ফুটবল দলক ৪-০ গলত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰবেশ কৰে নামৰূপ XI ষ্টাৰ স্পৰ্টছ একাডেমী ফুটবল দলটোৱে ।

Address

B. V. F. C. L Namrup
Namrup
786623

Website

Alerts

Be the first to know and let us send you an email when Namrup XI Stars Sports Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category