15/05/2026
অসম সন্তান ৰিয়ানলৈ অভিনন্দন।
সমাগত শ্রীলংকাৰ ত্রিদেশীয় শৃংখলাত ভাৰত-এ দলৰ উপ-অধিনায়ক হিচাপে ৰিয়ান পৰাগে দায়িত্ব লাভৰ সুখবৰটিত আমি অসমবাসীয়ে গৌৰৱবোধ কৰিছোঁ। অসমৰ পৰা গৈ ভাৰতীয় ক্রিকেটত আত্মবিশ্বাস-কৃতিত্বৰে উজলি উঠা ৰিয়ানৰ এই সাফল্যই নিশ্চিতকৈ আমাৰ উদিত ক্রীড়া প্রতিভাক উদগনি যোগাব আৰু সপোন দেখিবলৈ শিকাব।
ৰিয়ান, নিজৰ শ্রেষ্ঠত্ব প্রদর্শনেৰে খেলি যোৱা। অসমবাসীৰ শুভেচ্ছা-মৰম তোমাৰ শক্তি হৈ সদায় আছে তোমাৰ লগত…
Congratulations to Assam’s very own Riyan Parag for earning the responsibility of Vice-Captain of India A for the Sri Lanka tri-series.
From Assam to the national stage, he has played every innings with confidence and class. His achievement will inspire countless young cricketers of Assam to pick up the bat and dream big for India.