Inside Story of Assam

Inside Story of Assam News 24 Live

04/03/2026

পবিত্ৰ দৌলোৎসৱৰ শুভেচ্ছা সাংস্কৃতিক কৰ্মী ভূপেশ খাটনিয়াৰৰ 🙏🙏

22/10/2025

বজালীৰ ভৱানীপুৰত পহুমাৰা মহোৎসৱ সমিতিৰ ব্যতিক্ৰমী প্ৰয়াস

৮ হাজাৰ চাকিৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আঁকি শ্ৰদ্ধাঞ্জলি

চাকিৰে উদ্দিপ্ত হৈ পৰিল

16/10/2025

বজালীৰ বৃহত্তৰ ভৱানীপুৰ ৰক্তদাতা গ্ৰুপৰ নাম সলনি, ZG ৰক্তদাতা অসম নামেৰে নামাকৰণ।

11/10/2025

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ১৭ অক্টোবৰত অনুষ্ঠিত কৰা হব সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ।

# Bajali

06/10/2025

আজি লক্ষ্মী পূজা।
Inside story of Assam ৰ জৰিয়তে বজালী জিলাৰ সংবাদ মাধ্যমৰ বিশেষজ্ঞ মনজোৎস্না শৰ্মাৰ শুভেচ্ছা জ্ঞাপন 🙏

06/10/2025

বাক্সাৰ শালবাৰীত পবিত্ৰ লক্ষ্মী পূজাৰ দিনটোতে শুভাৰম্ভ কৰা হয় ব্যৱসায়ী প্ৰতিষ্ঠানখন।

ৰিদুৱান ফাৰ্ণিচাৰ ব্যৱসায়ীখন শুভাৰম্ভ কৰা অনুষ্ঠানত কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

যদি আপোনাৰ ঘৰতো প্ৰয়োজন হয় ফাৰ্নিছাৰ তেতিয়া হলে যোগাযোগ কৰিব - 9864565909, 8753965283 নম্বৰত।

23/08/2025

অহা ২৪ আগষ্ট ৰবিবাৰে থিয়নাম প্ৰদৰ্শন কৰাৰ বাবে সাজু হৈ উঠিছে নামনি অসমৰ ১২ খন জিলাৰ ৭০০০ গোপিনী....!! হাউলী আৰু ইয়াৰ দাতিকাষৰীয়া ঠাইৰ আয়তীসকলে আজি হাউলী ৰাস মন্দিৰ প্ৰাঙ্গণত নামৰ অনুশীলন কৰে...!! ॥ Inside Story of Assam ॥

19/08/2025

থিয়েটাৰ সূৰ্য্যৰ মঞ্চত মৃদুল ভূঞাৰ দুৰ্দান্ত অভিনয়ে মুগ্ধ কৰিলে দৰ্শকক ॥ মোৰ চকুলোৰে একাপ চাহ..!! -26 ॥ Inside Story of Assam ॥

Prastuti Porasor 📌

19/08/2025

থিয়েটাৰ সূৰ্য্যৰ মঞ্চত মৃদুল ভূঞাৰ অভিনীত নাট মোৰ চকুলৰে একাপ চাহ..!! ॥ Inside Story of Assam ॥

📌

07/08/2025

ঐ নাহৰ ফুলাৰ বতৰ ॥ Assamese Bihu Song ॥ Dihingia ॥ Stage Performance 2025 ॥ Inside Story of Assam ॥

📌

Address

Pathsala
781328

Alerts

Be the first to know and let us send you an email when Inside Story of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Inside Story of Assam:

Share

Category