02/07/2026
ওদালগুৰি জিলা কবি সন্মিলন আৰু টংলা কবি সন্মিলনৰ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱ আৰু বৰেণ্য গীতিকাৰ সুৰকাৰ তফজ্জুল আলিদেৱৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান
বহুদিন #বকুলৰ গোন্ধ পোৱা নাই ।
স্থান :নেচনেল পায়নিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল,টংলা
#৫ জুলাই,২০২৬