পাকঘৰ

পাকঘৰ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from পাকঘৰ, Grocers, চৰাইদেউ , কাকতিবাৰী, Sonari.

খিলঞ্জীয়া যুৱক-যুৱতীৰ উদ্যোগত এক প্ৰচেষ্টা কৰ্মসংস্কৃতিৰে জীৱন গঢ়াৰ 💐💐💐 ঠিকনা:-কাকতিবাৰী,চৰাইদেউ(অসম)পিন-৭৮৫৬৯১ যোগাযোগ--৮৭৬১০৬৪৭৫৬/৮০১১৯৪৩২৭২

যোগাযোগ:-৮৭৬১০৬৪৭৫৬/৮০১১৯৪৩২৭২❤️ আপোনাৰ আস্থা, আমাৰ শক্তি ❤️বানপানীৰ সেই কঠিন সময়ত, “পাকঘৰ”ৰ তৰফৰ পৰা সামৰ্থ্য অনুসৰি ৰা...
30/08/2026

যোগাযোগ:-৮৭৬১০৬৪৭৫৬/৮০১১৯৪৩২৭২
❤️ আপোনাৰ আস্থা, আমাৰ শক্তি ❤️
বানপানীৰ সেই কঠিন সময়ত, “পাকঘৰ”ৰ তৰফৰ পৰা সামৰ্থ্য অনুসৰি ৰাইজৰ কাষত থিয় দি সহায়-সহযোগিতাৰ সৰু এটি প্ৰয়াস কৰিলোঁ।
হয়তো আমাৰ সহায় সামান্য আছিল, কিন্তু বিপদৰ সময়ত কাৰোবাৰ কাষত থিয় হ’ব পৰাটোৱেই আমাৰ বাবে এক ডাঙৰ সন্তুষ্টি।
“পাকঘৰ”ক আপোনালোকে যি মৰম, বিশ্বাস আৰু আস্থা দি আহিছে, সেয়াই আমাৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা।
আপোনালোকৰ প্ৰতিটো অনুষ্ঠানৰ দায়িত্ব আমাক দিয়াটো কেৱল আমাৰ ব্যৱসায়ৰ সুযোগ নহয়—ই আমাৰ ওপৰত আপোনালোকৰ বিশ্বাসৰ এক মূল্যৱান দায়িত্ব।
আপোনালোকে যদি এনেদৰেই “পাকঘৰ”ক মৰমেৰে আঁকোৱালি লয় আৰু অনুষ্ঠানৰ দায়িত্ব দিয়ে, তেন্তে আপোনালোকৰ সহযোগিতা আৰু আস্থাৰ শক্তিৰে আমি আগন্তুক দিনত আৰু অধিক ভালকৈ সমাজৰ কাষত থিয় দিব পাৰিম, আৰু সমাজৰ বাবে কিছু ভাল কাম কৰাৰ সাহস আৰু সামৰ্থ্য লাভ কৰিম।
আপোনাৰ অনুষ্ঠানত পাকঘৰক এবাৰ সুযোগ দিয়ক—
আপোনাৰ আস্থাই হয়তো কাৰোবাৰ মুখত হাঁহি বিৰিঙাব,
কাৰোবাৰ জীৱনত আশাৰ পোহৰ জ্বলাব। ❤️
পাকঘৰ
ৰন্ধন আৰু পৰিৱেশন গোট
“আমি কৰ্ম কৰোঁ হৃদয়েৰে,
আপোনাৰ অনুষ্ঠান কৰিম স্মৰণীয়।” 🌿❤️

25/08/2026

কামৰ মাজতে💐💐💐

19/08/2026

সম্পূৰ্ণ👌সকলোৰে সহযোগিতাত💐💐

13/08/2026

আজি প্ৰথমটো ঘৰ নিৰ্মাণৰ কাম শুভাৰম্ভ টেঙাপুখুৰী কুকুৰাচোৱা ত আমিবোৰ এনেদৰে👌👌👌

পাকঘৰ # #পৰিয়ালটোৰ আজি প্ৰতিষ্ঠা দিৱস #   # #পাকঘৰৰ লগত জড়িত হৈ অনুষ্ঠানটোক ইমানখিনি লৈকে আগবঢ়াই নিয়াৰ বাবে সকলোকে  ধন্য...
10/08/2026

পাকঘৰ # #পৰিয়ালটোৰ আজি প্ৰতিষ্ঠা দিৱস #
# #পাকঘৰৰ লগত জড়িত হৈ অনুষ্ঠানটোক ইমানখিনি লৈকে আগবঢ়াই নিয়াৰ বাবে সকলোকে ধন্যবাদ জনালো । 💐💐💐
যিসকলৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত এটা অনুষ্ঠানে প্ৰাণ পাই উঠিছিল ।

চৰাইদেউ জিলাৰ হলে সুবিধা হয়👍👍👍
31/07/2026

চৰাইদেউ জিলাৰ হলে সুবিধা হয়👍👍👍

28/07/2026

4 টা দিন বানাক্ৰান্ত কাষত😢😢😢অন্তিম দিনা বেতবাৰীৰ বিভিন্ন অঞ্চলত💐

এগৰাকী মানৱ দৰদী মহিলা আৰু দুটা নেমুৰ চৰবত বটল👌👌👌👌👌👌👌👌👌👌👌👌👌👌
তিতাৰ মাজতে এটি মিঠা অভিজ্ঞতা কালি । বেতবাৰী আলিমুৰ হৈ অলপ দূৰ সোমাই আহি বান বিভীষিকাৰ মাজতে এগৰাকী বাইদেউ লগত তেওঁ ছোৱালী গৰাকীয়ে বটলত নেমু পানী ভৰাই সাহায্য দিবলৈ অহা প্ৰতিখন গাড়ীতে দুটাকৈ বটল আগবঢ়াইছে । লগতে কৈছে কাৰেণ্ট নাই সেয়ে অলপ গৰম দেই । সেই ধুনীয়া মনৰ দুয়োগৰাকীকে ব্যক্তিক আন্তৰিক ধন্যবাদ জনালো । আমিও তেখেতক পানীৰ কাৰ্টুন দি আহিছো । যদিও নালাগে বুলি জনাইছিল । ভালে ৰাখক আপোনাৰ লগতে পৰিয়ালটিক ।
ভাল মনৰ মানুহবোৰ আছে বাবেই সমাজখন সুন্দৰ হৈ আছে । মানুহ দেখিছোঁ এইকেইদিন প্ৰকৃত মানুহ । দিনটো লঘোণে ভোকে থাকি মানুহে মানুহৰ বাবে💐💐💐💐

Day 4 যাত্ৰা আজি বেতবাৰী লৈ👍👍👍
27/07/2026

Day 4
যাত্ৰা আজি বেতবাৰী লৈ👍👍👍

26/07/2026

কাইলৈ আমি থাকিম বেতবাৰী,নিমাইজান, হাঁহচৰাত😢😢

Address

চৰাইদেউ , কাকতিবাৰী
Sonari

Telephone

+918761064756

Website

Alerts

Be the first to know and let us send you an email when পাকঘৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category