21/05/2025
🚨শোণিতপুৰ জিলাৰ কৃষক ৰাইজৰ জ্ঞাতাৰ্থে জৰুৰী খবৰ।
✅ শীঘ্রেই কৃষক পঞ্জীয়ন নকৰিলে নাপাব পি এম কিষাণ আঁচনিৰ ধন !
✅কৃষক পঞ্জীয়ন নকৰিলে আপুনি কৃষি সঁজুলি আৰু কৃষি বিভাগৰ অন্যান্য সা-সুবিধাৰ পৰাও বঞ্চিত হ'ব ।
✅ গতিকে শীঘ্রেই আপোনাৰ নিকটতম কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়, CSC Centre লৈ গৈ কৃৃষক পঞ্জীয়ন কৰক ।
✅কৃষক পঞ্জীয়ন কৰিবলৈ যাওঁতে আপোনালোকে ▶️ নিজৰ আধাৰ কাৰ্ড ▶️ আধাৰৰ সৈতে সংযোগ হৈ থকা ফোন নম্বৰৰ মোবাইল ফোনটো▶️ নিজৰ নাম থকা মাটিৰ শেহতীয়া জমাবন্দী কপি লগত লৈ যাব।
সবিশেষ জানিবলৈ শোণিতপুৰ জিলা কৃষি বিভাগৰ কাৰ্যালয়, আপোনাৰ অঞ্চলৰ কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়ক, সহকাৰী কৃষি পৰিদৰ্শক, গাওঁ প্ৰধান, কৃষি সখী, জীৱিকা সখী সকলৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনালো ।
✅ কৃষক পঞ্জীয়ন সংক্ৰান্তীয় যিকোনো অসুবিধাৰ বাবে ফেচবুকযোগে আমালৈ মেচেজ কৰিব পাৰে ।
Himanta Biswa Sarma Atul Bora অতুল বৰা Department of Agriculture, Assam Pijush Hazarika Ashok Singhal Ganesh Kumar Limbu Padma Hazarika Prithiraj Rava MyGov Assam Directorate of Information and Public Relations, Assam District Commissioner, Sonitpur Janasanyog, Sonitpur জনসংযোগ, শোণিতপুৰ