Diganta Handique

Diganta Handique এই page টোত সম্পূৰ্ণ মোৰ কামত ব্যৱহাৰ কৰ?

18/03/2024

আমাৰ ল'ৰাকেইটা

17/09/2022

আজি সন্ধিয়া কাকপথাৰ খণ্ড প্ৰথমিক স্বাস্থ্য কেন্দ্ৰত এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি চিকিৎসক ড° টিকেন্দ্ৰজিৎ শৰ্মা ছাৰক দূৰ্বিত্তই যি শাৰীৰিক ভাৱে অপদস্ত কৰিছে,এই ঘটনাক আমি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ‌ লগতে যিসকল দূৰ্বিত্তই এই ঘটনা সংঘটিত কৰিছে সেইসকলক অতি সোনকালে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে কাকপথাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ প্ৰতিগৰাকী স্বাস্থকৰ্মীক সুৰক্ষা সু নিশ্চিত ব্যৱস্থা কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনৰ ওচৰত দাবী জনালোঁ‌ ।

21/01/2022
ভোগালী বিহুৰ উপলক্ষে বাৰেবৰণীয়া ফেচবুক পেজৰ উদ্যোগত এখনি ফ'টো প্ৰতিযোগীতা অনুস্থিত কৰিছিলো আৰু উক্ত প্ৰতিযোগীতাখনিত কৈলা...
20/01/2022

ভোগালী বিহুৰ উপলক্ষে বাৰেবৰণীয়া ফেচবুক পেজৰ উদ্যোগত এখনি ফ'টো প্ৰতিযোগীতা অনুস্থিত কৰিছিলো আৰু উক্ত প্ৰতিযোগীতাখনিত কৈলাশপুৰৰ পলী গগৈ এ প্ৰথম স্থান আৰু বিনীতা বৰুৱাই দ্বিতীয় স্থান পাবলৈ সক্ষম হয় ।দুয়োগৰাকীলৈ বাৰেবৰণীয়া ফেচবুক পেজৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ‌ ।

19/01/2022

যোৱাকালি মোৰ জন্মদিনত মোক শুভেচ্ছা জনোৱা মোৰ প্ৰতিগৰাকী দাদা বাইদেউ, ভাইটী ভন্টী , বন্ধু বান্ধৱীলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ‌ ।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসত
16/01/2022

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসত

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ প্ৰস্তুতি সম্পূৰ্ন । কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকলোকে নিমন্ত্ৰণ ...
15/01/2022

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ প্ৰস্তুতি সম্পূৰ্ন । কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকলোকে নিমন্ত্ৰণ জনলোঁ‌ ।

অতি দুখৰে জনাব বিছাৰো যে ,  আমাৰ ডুমডুমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পঞ্চম  ষান্মাষিকৰ ছাত্ৰ শ্ৰী বিচু মৰাণ তথা কাকপথাৰৰ ...
14/01/2022

অতি দুখৰে জনাব বিছাৰো যে , আমাৰ ডুমডুমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ শ্ৰী বিচু মৰাণ তথা কাকপথাৰৰ উৱন গাঁৱৰ নিবাসী শ্ৰীযুত অজিত মৰাণ আৰু পপী মৰাণৰ পুত্ৰ ব্ৰেইন টিউমাৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে তেখতৰ উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ ভেলুলৈ প্ৰেৰণ কৰিছে । গতিকে উক্ত চিকিৎসাৰ বাবে পৰিয়ালটিক আৰ্থিক সাহায্যৰ প্ৰয়োজন হৈছে সেয়েহে সকলোৱে নিজ সাধ্য অনুসৰি যি পাৰে বৰঙণি আগহঢ়াবৰ বাবে অনুৰোধ জনালোঁ । Bank account central bank of India

Acount holder= Rekhamoni Moran

Acount number= 3972931817

IFSC= CBINO283221
Google pay = 7086572742 ( Ratna moran)

14/01/2022

Address

Tinsukia (kakopather
Tinsukia

Telephone

+916900246738

Website

Alerts

Be the first to know and let us send you an email when Diganta Handique posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category