17/07/2026
তিনিচুকীয়া জিলাৰ বাবে আজি গৌৰৱৰ খবৰ। ডিগবৈ নিবাসী তথা অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা শ্ৰী স্বপন দেবনাথৰ সুযোগ্য পুত্ৰ শ্ৰী স্বাতিতপন দেবনাথে আজি ঘোষণা হোৱা NEET 2026 পৰীক্ষাত ৪৯ নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।
এই সফলতাৰ বাবে অসমীয়া যুৱ মঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক শ্ৰী পৰমানন্দ ফুকন আৰু জিলা সমিতিৰ তৰফৰ পৰা তেওঁক আন্তৰিক সম্ভাষণ জ্ঞাপন কৰা হৈছে।